Meet My Pets

তলত দিয়া কথাবোৰৰ অৰ্থ জানি লওক:

A) hunt- চিকাৰ, milk-গাখীৰ ,mind-মন ‘dear – প্ৰিয় bat- বাদুলী, aunt – পৰুৱা , silk -ৰেচম find – বিচাৰি পোৱা ‘near – ওচৰত pad- পেড,Fund – পুঁজি,Film – চলচিত্ৰ
Kind – দয়ালু , fear – ভয়, mat – মেত

B) Pets are our friends.

পোহনীয়া জন্তুবোৰ আমাৰ বন্ধু।

We care for the pets.

আমি পোহনীয়া জন্তুবোৰৰ যত্ন লওঁ।

Is a pet an animal or a bird?

পোহনীয়া জন্তু এটা জন্তু নে চৰাই?

(C) The name of the dog is Tom

কুকুৰটোৰ নাম টম

The dog is always alert.

কুকুৰটো সদায় সজাগ হৈ থাকে।

Mother loves us.

মায়ে আমাক ভাল পায়।

Pussy is always busy.

ভোদা সদায় ব্যস্ত থাকে।

Kajoli gives us milk.

কাজোলিয়ে আমাক গাখীৰ দিয়ে।

2.Answer the following:

তলত দিয়াবোৰৰ উত্তৰ দিয়া

a)What is the name of the cat?

মেকুৰিটোৰ নাম কি আছিল?

Ans: The name of the cat is pussy.

উত্তৰ: মেকুৰিটোৰ নাম হল পুচি ।

b)What is the name of the cow?

গৰুটোৰ নাম কি আছিল?

Ans: The name of the cow is Kajoli.

গৰুটোৰ নাম হল কাজলি।

c) Is the pigeon is pet?

পাৰ চৰাই পোহনীয়া জন্তু হয়নে?

Ans: Yes,Pigeon is a pet.

হয়,পাৰ চৰাই এটা পোহনীয়া জন্তু হয়।

3. Fill up the blanks :

খালী ঠাই পূৰ কৰা:

i) A cat runs after a —– (rat/dog)

এটা মেকুৰীয়ে এটা —-(এন্দুৰ/কুকুৰ) পিছে পিছে দৌৰে ৷

Ans: Rat.(এন্দুৰ)

ii) A cow is like a loving —– (father/mother)

গৰু মৰমিয়ালৰ দৰে—- (দেউতা/মাতৃ)

Ans: mother.(মাতৃ)

iii) A dog is always alert fo—— (a friend/an enemy)

কুকুৰ এটা সদায় —— (এজন বন্ধু/এজন শত্ৰু)ৰ বাবে সজাগ থাকে ৷
Ans: An enemy.(এজন শত্ৰু)

4) Re-arrange the words into meaningful sentences :

শব্দবোৰ পুনৰ অৰ্থপূৰ্ণ বাক্যত সজা :

i) my, Tom, is, dog.

মোৰ, টম, হৈছে, কুকুৰ।

Ans: Tom is my dog.

ii) cow, our, is, Kajoli.

গৰু, আমাৰ, হৈছে, কাজোলী।

Ans: Kajoli is our cow.

iii) Pussy, cat, our, is.

পুছি, মেকুৰী, আমাৰ, হৈছে।

Ans: Our cat is Pussy

Scroll to Top