কাৰ্বন আৰু তাৰ যৌগ

প্ৰশ্নাৱলী-

1. কার্বন ডাই অক্সাইড (CO₂)-ৰ ইলেক্ট্রন বিন্দু গঠন বিন্যাস কি হব?

উত্তৰঃ Screenshot 2025 02 24 150514

2. আঠোটা ছালফাৰ পৰমাণুৰে গঠিত এটা ছালফাৰ অণুৰ ইলেকট্রন বিন্দু গঠন কি হব? (ইঙ্গিত—আঠটাকৈ ছালফাৰ পৰমাণু এটা বলয় আকৃতিত আছে।)

উত্তৰঃScreenshot 2025 02 24 151549 1

প্ৰশ্নাৱলীঃ

1. পেন্টেনৰ বাবে কেইটা গঠন সমযোগী আঁকিব পাৰিবা?

উত্তৰঃ N পেন্টেন Screenshot 2025 02 24 154124hgh

  আইচোপেন্টেনঃ Screenshot 2025 02 24 1541yuyu

 নিও-পেন্টেনঃ   Hii

2. কার্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্র কার্বন-যৌগ পাওঁ?

উত্তৰঃ (i) সংযোজন ক্ষমতা (Catenation)

           (ii) সৌজন্যতা (Tetravalency)

3. চাইক্ল’পেন্টেনৰ সংকেত আৰু ইলেক্ট্রনীয় বিন্দু গঠন লিখা।

উত্তৰঃ চাইক্লপেন্টেন ৰ সংকেত : C₅H₁₀Screenshot 2025 04 02 103213

 4. তলৰ যৌগবোৰৰ গঠন আঁকি দেখুওৱা– 

(i) ইথান’য়িক এচিড।

উত্তৰঃ ইথান’য়িক এচিড।

Screenshot 2025 04 02 104135t

(ii) ব্ৰম’পেন্টেন, (ব্রম’পেন্টেনৰ সমযোগী সম্ভৱনে?)। 

উত্তৰঃ ব্ৰম’পেন্টেন

Screenshot 2025 04 02 104135

 

(iii) বিউটান’ন,

উত্তৰঃ বিউটান’ন

Screenshot 2025 04 02 105013

(iv) হেক্সানেল। 

উত্তৰঃ হেক্সানেল

Screenshot 2025 04 02 105306

পাঠভিত্তিক প্রশ্নোত্তৰ-

1. ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া? 

উত্তৰঃ ইথানলক, ইথানয়িক এচিডলৈ পৰিবৰ্তন হোৱাটো এটা জাৰণ বিক্রিয়া। কাৰণ অক্সিজেন ইথানলৰ লগত বিক্ৰিয়া কৰি ইথানয়িক এচিড গঠন কৰে। 

Screenshot 2025 04 02 114240

2. লো জোৰা দিয়া সময়ত (Welding) অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয়?

পাঠভিত্তিক প্রশ্নোত্তৰ-

1. পৰীক্ষাৰ সহায়ত এলক’ই’ল আৰু কাৰ্বক্সিলিক এচিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুৱাব পাৰি?জাৰক দ্ৰৱ্য কি?

পাঠভিত্তিক প্ৰশ্নোত্তৰ-

 1. অপমার্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় কব পাৰিবানে? 

 2. কাপোৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অবলম্বন কৰে। সাধাৰণতে চাবোন ঘাঁহ কাপোৰখন শিল এচলােত থুকুছে বা ভৰিৰে গছকে, ব্ৰাছ কৰে নাইবা কাপোৰ ধোৱা যন্ত্ৰত (washing machine) ভৰাই জোকাৰি দিয়ে। কাপোৰ পৰিষ্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে?

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নোত্তৰ-

1. ইথেন (C₂H₆) অণু এটাত– 

(a) 6 টা সহযোজী বন্ধনি আছে।

(b) 7 টা সহযোজী বন্ধনি আছে।

(c) ৪ টা সহযোজী বন্ধনি আছে।

(d) 9 টা সহযোজী বন্ধনি আছে। 

উত্তৰঃ (b) 7 টা সহযোজী বন্ধনি আছে।

2. চাৰিটা কাৰ্বনৰ যৌগ বিউটান’নত থকা কাৰ্য্যকৰী মূলক হ’ল―

(a) কার্বক্সিলিক এচিদ। 

(b) এলডিহাইড।

(c) কিট’ন।

(d) এলক’হ’ল।

উত্তৰঃ (c) কিট’ন।

3. ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) ক’লা পৰে কিয়নো―

(a) খাদ্য ভালদৰে নিসিজিল।

(b) ইন্ধন সম্পূর্ণ ৰূপে দহন নহয়।

(c) ইন্ধনটো সিক্ত।

(d) ইন্ধনটো সম্পূর্ণকৈ দহন হয়।

উত্তৰঃ (b) ইন্ধন সম্পূৰ্ণৰূপে দহণ নহয়।

4. CH₃Cl উদাহৰণ লৈ সহযোজী বান্ধনিৰ স্বৰূপ (nature) ব্যাখ্যা কৰা। 

5. তলত দিয়াবিলাকৰ ইলেক্ট্রন বিন্দু গঠন লিখা―

(a) ইথানয়িক এচিড

উত্তৰঃ A

(b) H₂S

উত্তৰঃ B

(c) প্রপান’ন 

উত্তৰঃ C

(d) F₂

উত্তৰঃ Screenshot 2025 04 02 115707

6. সমগণীয় শ্রেণী কাক বোলে? উদাহৰণ দি বুজাই লিখা। 

 7. ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এচিডৰ পাৰ্থক্য লিখা।

8. পানীত চাবোন দিলে কিয় ফেন উঠে? বেলেগ দ্ৰাৱক যেনে ইথানলত ফেন উঠিবনে?

9. প্রায় সকলো ক্ষেত্ৰতে কার্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ হয়। কিয়?

10. কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেদ (scheme) কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰা।

11. নীলা আৰু ৰঙা লিটমাচ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা? 

12. হাইড্ৰ’জেনেচন মানে কি? ইয়াৰ ঔদ্যোগিক প্রয়োগ লিখা। 

13. তলৰ কোনবিলাকৰ হাইড্ৰ’কার্বনে যোগাত্মক বিক্রিয়া দেখুৱায়? 

C₂H₆, C₃H₈, C₃H₆, C₂,H₂, আৰু CH₄

14. মাখন (butter) আৰু খোৱাতেলৰ (Cooking oil) মাজত পার্থক্য দেখুৱাৰ পৰা এটা পৰীক্ষা বর্ণনা কৰা।

15. চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া (cleaning action) ব্যাখ্যা কৰা। 

Scroll to Top