অনুশীলনী 1.4

1. দীৰ্ঘ হৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্তি (সাবধি) নাইবা কোনবোৰৰ নিৰবধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰাঃ

(i) 13/3125

সমাধানঃ 13/55

∵ 3125 টো 2n5m আৰ্হিত আছে ।

∴  দশমিক বিস্তৃতি পৰিসমাপ্ত ।

(ii) 17/8

সমাধানঃ 17/23

∵ 8 টো 2n5m আৰ্হিত আছে ।

∴  দশমিক বিস্তৃতি পৰিসমাপ্ত ।

(iii) 64/455

সমাধানঃ 64/5 × 7 × 13

∵ 455 টো 2n5m আৰ্হিত নাই ।

∴  দশমিক বিস্তৃতি নিৰবধি পৌনঃপুনিক ।

(iv) 15/1600

সমাধানঃ 3/320

3/2× 5

∵ 1600 টো 2n5m আৰ্হিত আছে ।

∴  দশমিক বিস্তৃতি পৰিসমাপ্ত ।

(v) 29/343

সমাধানঃ 29/73

∵ 343 টো 2n5m আৰ্হিত নাই ।

∴  দশমিক বিস্তৃতি নিৰবধি পৌনঃপুনিক ।

(vi) 23/23.52

সমাধানঃ ∵ 23.52 টো 2n5m আৰ্হিত আছে ।

∴  দশমিক বিস্তৃতি পৰিসমাপ্ত ।

(vii) 129/22.57.75

সমাধানঃ  ∵ 22.57.75 টো 2n5m আৰ্হিত নাই ।

∴  দশমিক বিস্তৃতি নিৰবধি পৌনঃপুনিক ।

(viii) 6/15

সমাধানঃ 2/5

∵ 5 টো 2n5m আৰ্হিত আছে ।

∴  দশমিক বিস্তৃতি পৰিসমাপ্ত ।

(ix) 35/50

সমাধানঃ 7/10

7/2 × 5

∵ 50 টো 2n5m আৰ্হিত আছে ।

∴  দশমিক বিস্তৃতি পৰিসমাপ্ত ।

(x) 77/210

সমাধানঃ 11/30

11/2 × 3 × 5

∵ 210 টো 2n5m আৰ্হিত নাই ।

∴  দশমিক বিস্তৃতি নিৰবধি পৌনঃপুনিক ।

Scroll to Top