পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
(১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ চমুকৈ দিয়া —
(ক) পৃথিৱীৰ প্ৰধান চাৰিটা মণ্ডল কি কি?
উত্তৰ: স্থলমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডল।
(খ) পৃথিৱীৰ প্ৰধান মহাদেশবোৰৰ নাম কি?
উত্তৰ: পৃথিৱীৰ মহাদেশ সাতখনৰ নাম হ’ল — এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এন্টাৰ্কটিকা ।
(গ) দক্ষিণ গোলাৰ্ধত থকা মহাদেশখনৰ নাম কি?
উত্তৰ: এন্টাৰ্কটিকা।
(ঘ) বায়ুমণ্ডলৰ বিভিন্ন স্তৰবোৰৰ নাম কি?
উত্তৰ: ট্ৰপ ‘স্ফিয়েৰ, ষ্ট্ৰেট ‘স্ফিয়েৰ, মেছ ‘স্ফিয়েৰ আৰু থাৰ্ম ‘স্ফিয়েৰ।
(ঙ) জীৱৰ বাবে বায়ুমণ্ডল কিয় প্ৰয়োজনীয়?
উত্তৰ: বায়ুমণ্ডল জীৱৰ শ্বাস – প্ৰশ্বাসৰ বাবে প্ৰয়োজনীয়।
(চ) মহাদেশৰ আৰু মহাসাগৰবোৰৰ নাম কি?
উত্তৰ: মহাদেশসমূহৰ নাম হ’ল- এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা আৰু মহাসাগৰসমূহৰ নাম হ’ল– প্ৰসান্ত মহাসাগৰ , আটলান্টিক মহাসাগৰ , ভাৰত মহাসাগৰ , উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ ।
(ছ) জীৱ মণ্ডলত মানুহে কি কি পৰিৱৰ্তন সাধন কৰিছে?
উত্তৰ: বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ যেনে – ভূমিকম্প, বানপানী, আগ্নেয়গিৰি আদিৰ পৰিবৰ্তন সাধন কৰিছে।
(২) শুদ্ধ উত্তৰটোত (✓) চিন দিয়া —
(ক) এছিয়া মহাদেশক ইউৰোপক পৃথক কৰা পৰ্বতমালা —
(১) এণ্ডিজ
(২) হিমালয়
(৩) য়ুৰাল
উত্তৰ: (৩) য়ুৰাল।
(খ) শতকৰা হিচাপত বায়ুমণ্ডলত আটাইতকৈ বেছি থকা উপাদানবিধ ?
(১) নাইট্ৰজেন
(২) অক্সিজেন
(৩) কাৰ্বন – ডাই – অক্সাইড
উত্তৰ: (১) নাইট্ৰজেন।
(গ) কঠিন শিলাৰে গঠিত পৃথিৱীৰ প্ৰধান মণ্ডলটো –
(১) বায়ুমণ্ডল
(২) জলমণ্ডল
(৩) স্থলমণ্ডল
উত্তৰ: (৩) স্থলমণ্ডল।
(ঘ) আটাইতকৈ বৃহৎ মহাদেশ হ’ল-
(১) আফ্ৰিকা
(২) এছিয়া
(৩) ওচেনিয়া
উত্তৰ: (৩) স্থলমণ্ডল।
Updated on: 22-04-2025