অনুশীলনী- 1(A)

1. সত্য নে অসত্য লিখা-

(a) স্বাভাৱিক সংখ্যাৰ থূপটো অখণ্ড সংখ্যাৰ থূপটোৰ অন্তর্গত।

উত্তৰঃ সত্য

(b) স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ থূপ দুটা লগ হৈ অখণ্ড সংখ্যাৰে থূপটো গঠন হৈছে।

উত্তৰঃ অসত্য

(c) সকলো অখণ্ড সংখ্যাই পৰিমেয়।

উত্তৰঃ সত্য

(d) সকলো ঋণাত্মক অখণ্ড সংখ্যা শূন্যতকৈ সৰু।

উত্তৰঃ সত্য

(e) দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা পোৱা যায়।

উত্তৰঃ সত্য

2. যোগ কৰা-

(i) -2/3 + [ 3/5 + (-5/6)]

সমাধানঃ -2/3 + [ 3/5 + (-5/6)]

= -2/3 + [ 3/5 – 5/6 ]

= -2/3 + [ 18-25/30 ]

= -2/3 + [ -7/30 ]

= -2/3 – 7/30

= -20 – 7/30

= -27/30

= -9/10

(ii) 7/3 – 1/12 – ( -3/-4 ) + 7

সমাধানঃ 7/3 – 1/12 – ( -3/-4 ) + 7

= 7/3 – 1/12 – 3/4 + 7/1

= 28 – 1 – 9 + 84/12

= 28 + 84 – 1 – 9/12

= 102/12

= 17/2

= 8 1/2

3. হ’য় নে নহয় কোৱা –

(i) 3/4 + ( 1/4 + 2/3 ) = ( 3/5 + 1/4 ) + 2/3

সমাধানঃ LHS = 3/4 + ( 1/4 + 2/3 )

= 3/5 + ( 3 + 8/12 )

= 3/5 + 11/12

= 36 + 55/60

= 91/60

RHS = ( 3/5 + 1/4 ) + 2/3

= ( 12 + 5/20)  + 2/3

= 17/20 + 2/3

= 51 + 40/60

= 91/60

LHS = RHS হ’য় ।

(ii) 3/4 ÷ 2/3 = 2/3 ÷ 3/4

সমাধানঃ  LHS = 3/4 ÷ 2/3 

= 3/4 × 3/2

= 9/8

RHS = 2/3 ÷ 3/4

= 2/3 × 4/3

= 8/9

LHS ≠ RHS নহয় ।

(iii) 1/9 – ( 1/3 – 1/6 ) = ( 1/9 – 1/3 ) – 1/6

সমাধানঃ LHS = 1/9 – ( 1/3 – 1/6)

= 1/9 – ( 2 – 1/6 )

= 1/9 – 1/6

= 2 – 3/18

= -1/18

RHS = ( 1/9 – 1/3 ) – 1/6

= (1 – 3/9) – 1/6

= -2/9 – 1/6

= -4 – 3/18

= -7/18

LHS ≠ RHS নহয় ।

(iv) 4 × ( 1/2 × 5 ) = ( 4 × 1/2 ) × 5

সমাধানঃ LHS = 4 × ( 1/2 × 5 )

= 4 × 5/2

= 20/2

= 10

RHS = ( 4 × 1/2 ) × 5

= ( 4 × 1/2 ) × 5

= 4/2 × 5

= 20/2

= 10

LHS = RHS হ’য় ।

(v) 9/10 + 7/12 = 7/12 + 9/16

সমাধানঃ LHS = 9/16 + 7/12

= 27 + 28/48

= 55/48

RHS = 7/12 + 9/16

= 28 + 27/48

= 55/48

LHS ≠ RHS নহয় ।

4. তলৰ তালিকাখন সম্পূৰ্ণ কৰা –

(a) ক্ৰমবিনিময় বিধি

সংখ্যা প্ৰণালী

ক্ৰমবিনিময় বিধি

 

যোগ

বিয়োগ

পূৰণ

হৰণ

স্বাভাৱিক সংখ্যা

 মানি চলে

মানি নচলে

মানি চলে

মানি নচলে

পূৰ্ণ সংখ্যা

মানি চলে

মানি নচলে

মানি চলে

মানি নচলে

অখণ্ড সংখ্যা

মানি চলে

মানি চলে

মানি চলে

মানি নচলে

পৰিমেয় সংখ্যা

মানি চলে

মানি চলে

মানি চলে

মানি নচলে

(ii) আৱদ্ধ বিধি

সংখ্যা প্ৰণালী

আৱদ্ধ বিধি

 

যোগ

বিয়োগ

পূৰণ

হৰণ

স্বাভাৱিক সংখ্যা

 মানি চলে

মানি নচলে

মানি চলে

মানি নচলে

পূৰ্ণ সংখ্যা

 মানি চলে

মানি নচলে

মানি চলে

মানি নচলে

অখণ্ড সংখ্যা

 মানি চলে

মানি চলে

মানি চলে

মানি নচলে

পৰিমেয় সংখ্যা

 মানি চলে

মানি চলে

মানি চলে

মানি চলে

(iii) সহযোগ বিধি

সংখ্যা প্ৰণালী

আৱদ্ধ বিধি

 

যোগ

 বিয়োগ

পূৰণ

হৰণ

স্বাভাৱিক সংখ্যা

  মানি চলে

মানি নচলে

মানি চলে

মানি নচলে

পূৰ্ণ সংখ্যা

  মানি চলে

মানি নচলে

মানি চলে

মানি নচলে

অখণ্ড সংখ্যা

  মানি চলে

মানি চলে

মানি চলে

মানি নচলে

পৰিমেয় সংখ্যা

  মানি চলে

মানি চলে

মানি চলে

মানি চলে

5. তলৰ কোনবোৰ আদৰ্শ ঠাঁচত (আর্হিত) আছে চোৱা। নথকাবিলাক আদর্শ ঠাঁচলৈ নিয়া।

3/7, 9/-5, -6/-7, -2/4, 16/-24, -9/81, -1/7, 5/11

সমাধানঃ 3/7, -9/5, 6/7, -1/2, -2/3, -1/9, -1/7, 5/11

6. তলৰ প্ৰতিটো সংখ্যাৰে যোগাত্মক বিপৰীত আৰু গুণাত্মক বিপৰীত উলিওৱা।

(i) 3/5

সমাধানঃ 3/5 ৰ যোগাত্মক বিপৰীত = -3/5

3/5 ৰ গুণাত্মক বিপৰীত = 5/3

(ii) -4/11

সমাধানঃ -4/11 ৰ যোগাত্মক বিপৰীত = 4/11

-4/11 ৰ গুণাত্মক বিপৰীত = -11/4

(iii) -a/b (a ≠ 0, b ≠ 0)

সমাধানঃ -a/b ৰ যোগাত্মক বিপৰীত = a/b

-a/b ৰ গুণাত্মক বিপৰীত = -b/a

(iv) -61

সমাধানঃ -61 ৰ যোগাত্মক বিপৰীত = 61

-61 ৰ গুণাত্মক বিপৰীত = -1/61

7. তলৰ সংখ্যা দুটাৰ প্ৰতিটোৰে তিনিটাকৈ সমতুল্য পৰিমেয় সংখ্যা লিখা।

(i) -3/11

সমাধানঃ -6/22, -9/33, -12/44

(ii) 31

সমাধানঃ 62/2, 93/3, 124/4

(iii) 9/18

সমাধানঃ 1/2, 3/6, 18/36

৪. সত্য নে অসত্য লিখা-

(i) পৰিমেয় সংখ্যা ‘০’ ৰ-

(a) অনোন্যক (বা প্রতিক্রম) স্থিত নহয়।

উত্তৰঃ সত্য

(b) ঋণাত্মক বা যোগাত্মক বিপৰীত ০

(ii) 1 ৰ অনোন্যক 1

উত্তৰঃ সত্য

(iii) -1 ৰ অনোন্যক-1

উত্তৰঃ সত্য

(iv) যদি p/q (p,q ∈ z, q ≠ 0) এটা পৰিমেয় সংখ্যা আৰু m ∈ z য’ত m≠ 0, তেনেহ’লে mp/mq পৰিমেয় সংখ্যাটো p/q ৰ সমতুল্য।

উত্তৰঃ সত্য

(v) যদি a, b দুটা পৰিমেয় সংখ্যা তেন্তে a + b/2 সংখ্যাটো পৰিমেয় আৰু ই a 2 আৰু ৮ ৰ মাজত থাকে।

উত্তৰঃ সত্য

অনুশীলনী- 1(B)

1. (a) এনে 5 টা পৰিমেয় সংখ্যা লিখা যিকেইটা -1 আৰু 0 ৰ মাজত থাকে।

সমাধানঃ -1/1 = -1/1 × 6/6 = -6/6

0/1 = 0/1 × 6/6 = 0/6

∴ -1 আৰু 0 ৰ মাজত থকা 5 টা পৰিমেয় সংখ্যা হ’ল = -5/6, -4/6, -3/6, -2/6, -1/6

(b) ওপৰৰ প্ৰশ্নটোত লিখা পৰিমেয় সংখ্যাকেইটাৰ প্ৰতিটোৰে যোগাত্মক বিপৰীত আৰু গুণাত্মক বিপৰীত কেইটা লিখা।

সমাধানঃ -5/6 ৰ যোগাত্মক বিপৰীত = 5/6

-5/6 ৰ গুণাত্মক বিপৰীত = -6/5

-4/6 ৰ যোগাত্মক বিপৰীত = 4/6

-4/6 ৰ গুণাত্মক বিপৰীত = -6/4

-3/6 ৰ যোগাত্মক বিপৰীত = 3/6

-3/6 ৰ গুণাত্মক বিপৰীত = -6/3

-2/6 ৰ যোগাত্মক বিপৰীত = 2/6

-2/6 ৰ গুণাত্মক বিপৰীত = -6/2

-1/6 ৰ যোগাত্মক বিপৰীত = 1/6

-1/6 ৰ গুণাত্মক বিপৰীত = -6/1

(c) সংখ্যাৰেখাত এই আটাইবিলাক পৰিমেয় সংখ্যা স্থাপন কৰি দেখুৱাব পাৰিবানে। ইয়াৰে কেইটামান সংখ্যাৰেখাত স্থাপন কৰা।

2. 9.5 আৰু 10 মাজৰ তিনিটা পৰিমেয় সংখ্যা নিৰ্ণেয় কৰা। (এইকেইটাক p/q, q ≠ 0 আৰ্হিক ৰাখিবা)।

সমাধানঃ 9.5 = 95/10

10 = 100/10

∴ 9.5 আৰু 10 মাজৰ তিনিটা পৰিমেয় সংখ্যা হ’ল – 96/10, 97/10, 98/10

Updated on: 18-04-2025

Scroll to Top