ৰেখা আৰু কোণ
1. চিত্ৰত AB, CD ৰেখাৰ EF ছেদকে কৰা কোণবোৰৰ নাম দিয়া আছে। ইয়াত লিখা-
(a) অন্তঃকোণ কোনকেইটা?
উত্তৰঃ ∠3, ∠2 , ∠8, ∠5
(b) বহিঃকোণ কোনকেইটা?
উত্তৰঃ ∠1, ∠4 , ∠6, ∠7
(c) ছেদকৰ একেফালে থকা অন্তঃকোণ কোনবোৰ?
উত্তৰঃ সোফালে- ∠2, ∠5
বাওঁফালে- ∠3, ∠8
(d) ছেদকৰ একেফালে থকা বহিঃকোণ কোনবোৰ?
উত্তৰঃ সোফালে- ∠1, ∠6
বাওঁফালে- ∠4, ∠7
(e) অনুৰূপ কোণ কেইযোৰ?
উত্তৰঃ ∠1 = ∠5
∠4 = ∠8
∠3 = ∠7
∠2 = ∠6
(f) অন্তঃ একান্তৰ কোণ কেইযোৰ?
উত্তৰঃ ∠3 = ∠5
∠8 = ∠2
(g) বহিঃ একান্তৰ কোণ কেইযোৰ?
উত্তৰঃ ∠4 = ∠6
∠7 = ∠1
(h) বিপ্রতীপ কোণ দুযোৰ?
উত্তৰঃ ∠1 = ∠3
∠2 = ∠4
∠8 = ∠6
∠7 = ∠5
2. সোঁকাষৰ চিত্ৰত তলৰ প্ৰতিযোৰ কোণৰ মাজত সম্বন্ধ কি?
(যেনে- (z, s)- অন্তঃএকান্তৰ কোণ)
(i) (x, z)
উত্তৰঃ বিপ্রতীপ কোণ
(ii) (x, s)
উত্তৰঃ অনুৰূপ কোণ
(iii) (p, r)
উত্তৰঃ বিপ্রতীপ কোণ
(iv) (w, p)
উত্তৰঃ আন্তঃ একান্তৰ কোণ
(v) (z, w)
উত্তৰঃ ৰৈখিক যোৰ
(vi) (z, s)
উত্তৰঃ আন্তঃ একান্তৰ কোণ
(vii) (s, q)
উত্তৰঃ বিপ্রতীপ কোণ
(viii) (y, r)
উত্তৰঃ বহিঃ একান্তৰ যোৰ
(ix) (y, p)
উত্তৰঃ অনুৰূপ কোণ
(x) (x, w)
উত্তৰঃ ৰৈখিক যোৰ।
3. চিত্ৰত l আৰু m সমান্তৰাল ৰেখা। AB ছেদকে কৰা কোণবোৰ দিয়া আছে। খালী ঠাই পূৰোৱা।
(i) ∠1 = ∠ = ∠
উত্তৰঃ ∠1 = ∠3 = ∠5
(ii) ∠3 = ∠ = ∠
উত্তৰঃ ∠3 = ∠7 = ∠5
(iii) ∠2 + ∠5 =
∠3 + ∠6 =
∠1 + ∠8 =
∠4 + ∠7 =
উত্তৰঃ 2 + ∠5 = 1800
∠3 + ∠6 = 1800
∠1 + ∠8 = 1800
∠4 + ∠7 = 1800
4. চিত্রত ∠a = ∠b । তলৰ কোনকেইটা শুদ্ধ?
(i) l||m
উত্তৰঃ শুদ্ধ
(ii) ∠b = ∠p
উত্তৰঃ অশুদ্ধ
(iii) ∠a + ∠d = ∠b + ∠c
উত্তৰঃ শুদ্ধ
(iv) ∠b + ∠c = ∠p + ∠q
উত্তৰঃ শুদ্ধ
(v) ∠a = ∠q
উত্তৰঃ অশুদ্ধ
(vi) ∠d + ∠p = 1800
উত্তৰঃ শুদ্ধ
(vii) ∠b + ∠q = 1800
উত্তৰঃ অশুদ্ধ
5. চিত্রত ABCD এটা সামান্তৰিক। পৰীক্ষা কৰা যে-(দৰ্কাৰ হ’লে বাহুবোৰ বঢ়াই লোৱা)
(i) AB বাহু = DC বাহু (জুখি চোৱা)
AD বাহু = BC বাহু (জুখি চোৱা)
সমাধানঃ AB বাহু = 4cm
DC বাহু = 4cm
AD বাহু = 6cm
BC বাহু = 6cm
(ii) ∠A + ∠B = দুই সমকোণ ∠C + ∠D = দুই সমকোণ
সমাধানঃ∠A + ∠B = 1100 + 700= 1800
∠C + ∠D = 1100 + 700= 1800
6. PQRS সামান্তৰিকটোৰ বহিঃকোণ ∠RQT = 65° । সামান্তৰিকটোৰ ভিতৰৰ কোণকেইটাৰ মাপ উলিওৱা।
সমাধানঃ ∠P = 65
∠R = 65
∠Q = 1800 – 650= 1150
∠R = 1150
7. চিত্রত ABCD এটা সামান্তৰিক।
AC|| DE, ∠ACB = 40°, AC= 20 চেমি।
তেন্তে লিখা-
(i) সামান্তৰিকটোৰ দুটা সন্নিহিত বাহু
উত্তৰঃ AB আৰু BC
(ii) সামান্তৰিকটোৰ দুটা সন্নিহিত কোণ
উত্তৰঃ ∠DCA আৰু ∠ACB
(iii) সামান্তৰিকটোৰ দুটা বিপৰীত বাহু আৰু সামান্তৰিকটোৰ দুটা বিপৰীত কোণ।
উত্তৰঃ AB আৰু DC দুটা বিপৰীত বাহু, ∠A আৰু ∠C দুটা বিপৰীত কোণ।
(iv) সামান্তৰিকটোৰ দুটা বিপ্রতীপ কোণ।
উত্তৰঃ ∠AOB আৰু ∠COD
(v) C বিন্দুত BEৰ তলপিনে থকা আটাইকেইটা কোণৰ যোগফল কিমান?
উত্তৰঃ 180°
(vi) দুটা একান্তৰ কোণ।
উত্তৰঃ ∠ABD আৰু ∠BDC
(vii) এযোৰ পূৰক কোণ।
উত্তৰঃ ∠BCA, ∠BCE
(viii) এযোৰ সম্পূৰক কোণ।
উত্তৰঃ ∠ACD, ∠CDE
(ix) এটা ৰৈখিক যোৰ।
উত্তৰঃ ∠BCD আৰু ∠DCE
(x) ∠x = কি?
উত্তৰঃ 900
(xi) ∠CDE = কি?
উত্তৰঃ 900
(xii) ∠ADE = কি ?
উত্তৰঃ 1400
(xiii) AO ৰ দৈৰ্ঘ্য?
উত্তৰঃ 10 চে.মি.
(xiv) ∠BAD = কি ?
উত্তৰঃ 1300
(A) 
উত্তৰঃ x = 80°, y = 100°, z = 100°
(B) 
উত্তৰঃ u=500
(C) 
উত্তৰঃ x = 70°,y= 1100, z = 70°
(D) 
উত্তৰঃ x = 50°, y = 70°, z = 60°
(E) 
উত্তৰঃ x = 55°, y = 65°
(F) 
উত্তৰঃ x = 80°, y = 55°, z = 80°
u = 45°, v = 45°
(G) 
উত্তৰঃ x = 80°, y = 30°, z = 70°
u = 80°