অনুশীলনী-1

a) অংক কেইটা আৰু কি কি ?

উত্তৰ: অংক দহটা। যেনে -0,1,2,3,4,5,6,7,8,9

b) আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি?

উত্তৰ: আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হল – 1 ।

c) 3,8,0 ৰে লিখিব পৰা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা দুটা কি কি ?

উত্তৰ: আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো হল – 830

আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হল -308

d) 4,3,7,9 অংক কেইটাৰে গঠন কৰিব পৰা চাৰিটা অংকবিশিষ্ট বৃহত্তম আৰু ক্ষুদ্ৰতম সংখ্যা দুটা লিখা ।ইহঁত দুটাৰ মাজত কিমানটা স্বভাবিক সংখ্যা আছে?

উত্তৰ: বৃহত্তম সংখ্যা – 9743

ক্ষুদ্ৰতম সংখ্যা – 3479

ইহঁত দুটাৰ মাজত 6264 টা স্বাভাৱিক সংখ্যা আছে।

(e) 1, 5, 9 ৰে লিখিব পৰা এটা অংক বিশিষ্ট, দুটা অংক বিশিষ্ট আৰু তিনিটা অংক বিশিষ্ট সংখ্যা বোৰ লিখা। সংখ্যা বোৰ উৰ্দ্ধ ক্রমত সজোৱা।

উত্তৰ: 1, 5, 9 ৰে লিখিব পৰা

এটা অংক বিশিষ্ট সংখ্যা -1,5,9

দুটা অংক বিশিষ্ট সংখ্যা 15, 19, 51, 59, 91, 95

তিনিটা অংক বিশিষ্ট সংখ্যা-159, 195, 591, 519, 915, 951

সংখ্যা বোৰ উৰ্দ্ধ ক্ৰমত সজালে হব-

1, 5, 9, 15, 19, 51, 59, 91, 95, 159, 195, 519, 591, 915, 951

2. 5 টা অংকেৰে লিখিব পৰা বৃহত্তম সংখ্যা টোৰ লগত 1 যোগ কৰিলে পোৱা সংখ্যা আৰু 6 টা অংকেৰে লিখিব পৰা বৃহত্তম সংখ্যা টোৰ পাৰ্থক্য কিমান?

উত্তৰঃ  5 অংকেৰে লিখিব পৰা বৃহত্তম সংখ্যা = 99999
                                                               +1
                                                        ————
                                                         100000

6 টা অংকেৰে লিখিব পৰা বৃহত্তম সংখ্যা টো = 999999

ইহঁতৰ পাৰ্থক্য = 999999 – 100000 = 89999

3. 49, 361, 789, 1490, 5000 ক ৰোমান পদ্ধতিত প্ৰকাশ কৰা:

উত্তৰ: 49= XLIX = (50-10) +9

361=CCCLXI=100+100+100+50+10+1

789=DCCLXXXIX=500+100+100+50+10+10+10+9

1490=MCDXC = 1000+ (500-100)+(100-10)

5000= V= 5×1000

৪) দশমিক পদ্ধতিত লিখা :

LXV,DCXXXV,MCMXII,MDCCCXLVI

উত্তৰ: LXV = 50+10+5=65 DCXXXV=500+100+10+10+10+5= 635

MCMXII =1000+(1000-100)+1+1=1000+900+12=1912

MDCCCXLVI=1000+500+100+100+100+(50-10)+5+1=1800+40+6=1846

Scroll to Top