অনুশীলনী -3
1. যোগ কৰা:
(i) 20797, 7325 আৰু 54398
উত্তৰ: 20797 + 7325 + 54398 = 82520
(ii) 90053, 40700, 7380 আৰু 53573
উত্তৰ: 90053 + 40700 +7380 + 53573 = 191706
(iii) 5, 55, 555, 5555 আৰু 55555
উত্তৰ: 5 +55 +555 + 5555 + 55555 = 61725
(iv) 9 হাজাৰ + 2 শ + 6 দহ + 7 এক
উত্তৰ: 9000 + 200 + 60 + 7 = 9267
(v) 325 হাজাৰ + 53 দহ + 12 এক
উত্তৰ: 325000 + 530 + 12 = 325542
(vi) 3 টা অংকেৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা আৰু 3 টা অংকেৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা।
উত্তৰ: সৰু সংখ্যাটো = 100
ডাঙৰ সংখ্যাটো = 999
∴ যোগফল = 1099
(vii) 6 টা বেলেগ বেলেগ অংকেৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু 6 টা বেলেগ বেলেগ অংকেৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো।
উত্তৰ: ডাঙৰ সংখ্যাটো = 987654
সৰু সংখ্যাটো = 102345
∴ যোগফল = 1089999
2. বিয়োগ কৰা-
(i) 98765ৰ পৰা 56789 লৈ
উত্তৰ: 98765 – 56789 = 41976
(ii) 5555 ৰ পৰা 55
উত্তৰ: 5555 – 55 = 5500
(iii) 10000 ৰ পৰা 1
উত্তৰ: 10000 – 1 = 9999
(iv) 4 টা অংকেৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৰ পৰা 3 টা অংকেৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো।
উত্তৰ: সৰু সংখ্যাটো = 1000
ডাঙৰ সংখ্যাটো = 999
∴ বিয়োগ = 1
(v) 6 টা বিভিন্ন অংকেৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৰ পৰা 5 টা বিভিন্ন অংকেৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো।
উত্তৰ: সৰু সংখ্যাটো = 102345
ডাঙৰ সংখ্যাটো = 99999
∴ বিয়োগ = 2346
3. পূৰণ কৰা:
(i) 570 x 143
উত্তৰ: 570x 143 = 81510
(ii) 9073 x 101
উত্তৰ: 9073 x 101 = 916373
(iii) 530 ×754 ×1000
উত্তৰ: 530 x 754 x 1000
= 399620 x 1000
= 399620000
(iv) 207 x 301 x 100
উত্তৰ: 207 x 301 x 100
= 62307 x 100
= 6230700
(v) 2053 × 0 × 407
উত্তৰ: 2053 x 0 x 407
= 0 x 407
= 0
(vi) 8753 × 9999
উত্তৰ: 8753 x 9999
= 8753 x (10000 – 1)
= 8753 × 10000 – 8753 x 1
= 87530000-8753
= 87521247
6. হৰণ কৰাঃ
(i) 3146 ক 78 ৰে
(ii) 31000 ক 723 ৰে
(iii) 216075 ক 5430 ৰে
(iv) 5370123 ক 279 ৰে
(v) 42606 ক 526 ৰে
(vi) 35642 ক 1000 ৰে
(vi) 9532 ক 1000 ৰে
7. এটা পুথিভৰালত 9560 খন ইংৰাজী ভাষাত লিখা, 2075 খন হিন্দী ভাষাত লিখা আৰু 11025 খন অসমীয়া ভাষাত লিখা কিতাপ আছে | পুথিভৰালটোত মুঠতে কিমান কিতাপ আছে | 10 টা খোটালীত কিতাপবোৰ সজালে প্ৰতিটো খোটালীত কিমানখনকৈ কিতাপ থাকিব?
সমাধানঃ ইংৰাজী ভাষাত লিখা কিতাপ = 9560 খন
হিন্দী ভাষাত লিখা কিতাপ = 2075 খন
অসমীয়া ভাষাত লিখা কিতাপ = 11025 খন
মুঠ কিতাপ = 22660 খন
∴ 10 টা খোটালীত কিতাপবোৰ সজালে প্রতিটো খোটালীত কিতাপ থাকিব
= 22660 ÷ 10
= 2266 খন
8. 58376 ৰ লগত কি যোগ কৰি 8506 বিয়োগ কৰিলে 51104 পোৱা যাব?
সমাধান: 51104 + 8506-58376
= 59610 – 58376
= 1234
∴ 58376 ৰ লগত 1234 যোগ কৰি 8506 বিয়োগ কৰিলে 51104 পোৱা যাব।
9. 9806 ৰ লগত 3207 যোগ কৰি 100000 ৰ পৰা বিয়োগ কৰিলে বিয়োগফল কি হ’ব ?
সমাধান: 100000 – (9806 + 3207)
= 100000 – 13013
= 86987
∴ 9806 ৰ লগত 3207 যোগ কৰি 100000 ৰ পৰা বিয়োগ কৰিলে 86987 হ’ব ।
10. এটা কার্টনত 58 টা আপেল ধৰে। 55216 টা আপেল ভৰাবলৈ তেনেকুৱা কিমানটা কার্টন লাগিব? যদি 152 কার্টন আপেল বিক্ৰী কৰা হয় তেন্তে বাকী ৰোৱা আপেলৰ সংখ্যা কিমান?
সমাধান: কার্টুনৰ সংখ্যা = 55216 ÷ 58 = 952 টা
152 কার্টুন আপেল বিক্ৰী কৰা হয়।
∴ বাকী ৰোৱা আপেলৰ কার্টুনৰ সংখ্যা = 952-152
= 800 টা
= 800 × 58
= 46400 টা
11.500 ৰ পৰা আটাইতকৈ কি সৰু সংখ্যা বিয়োগ কৰিলে 32 ৰে হৰণ যাব?
সমাধান: 500 ÷ 32
ভাগশেষ = 20
∴ বিয়োগ কৰিব লগা আটাইতকৈ সৰু সংখ্যা = 20
12. 666 ৰ লগত আটাইতকৈ কি সৰু সংখ্যা যোগ কৰিলে 28ৰে হৰণ যাব?
সমাধান: 666 ÷28
ভাগশেষ = 20
= 28 – 20
= 6
∴ 666 ৰ লগত যোগ কৰিব লগা আটাইতকৈ সৰু সংখ্যাটো 6 ।
13. এটা পাঁচমহলীয়া অট্টালিকাৰ প্ৰতি মহলাত 16টাকৈ ফ্লেট আছে। প্রতিটো ফ্লেটত ১টাকৈ কোঠালি আছে অট্টালিকাটোত মুঠতে কিমানটা কোঠালি আছে? প্রতিটো ফ্লেটৰ বিক্ৰী মূল্য ১ লাখ টকা হ’লে, অট্টালিকাটোৰ মুঠ মূল্য কিমান হ’ব?