সেউজ সম্পদ

অনুশীলনী 

১। চাৰি প্ৰকাৰৰ উদ্ভিদৰ প্ৰতিটোৰে চাৰিটাকৈ উদাহৰণ দিয়া। (পাঠ্যপুথিত নথকা)

উত্তৰঃ তৃণজাতীয় – গম, তুলসী, মানিমুনি, দুৱৰি।

গুল্মজাতীয় – লিচু, জবাফুল, জেতুকা, নেমু।

বৃক্ষজাতীয় – গমাৰি, চেগুণ, শাল  তিতাচপা।

লতাজাতীয় –  কেৰেলা, পটল, উৰহী, লেছেৰা।

২। উদ্ভিদ কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ উদ্ভিদ চাৰি প্ৰকাৰৰ- তৃণ, গুল্ম, বৃক্ষ আৰু লতা।

৩। উদ্ভিদে খাদ্য প্রস্তুত কৰোতে কি গেছ এৰি দিয়ে?

উত্তৰঃ উদ্ভিদে খাদ্য় প্ৰস্তুত কৰোতে কাৰ্বন-ডাই-অক্সাইড গেছ এৰি দিয়ে।

81 গছৰ পাতৰ ৰং কিয় সেউজীয়া হয়?

উত্তৰঃ গছৰ পাতত পত্ৰহৰিৎ কণা থাকে বাবে গছৰ পাতৰ ৰং সেউজীয়া হয়।

৫। উদ্ভিদে কেনেদৰে আহাৰ তৈয়াৰ কৰে লিখা।

উত্তৰঃ উদ্ভিদৰ শিপাই মাটিৰ পৰা পানী আৰু খনিজ লৱণ শুহি লয়। দিনৰ ভাগত সূৰ্যৰ পোহৰত গছৰ পাতে পত্ৰহৰিৎৰ সহায়ত পানী আৰু কার্বন-ডাই-অক্সাইড লগ লগাই চেনি জাতীয় খাদ্য তৈয়াৰ কৰে। এনেদৰে উদ্ভিদে আহাৰ তৈয়াৰ কৰে ।

৬। ঘৰ সজাত ব্যৱহাৰ কৰা তিনিবিধ উদ্ভিদৰ নাম লিখা।

উত্তৰঃ ঘৰ সজাত ব্য়ৱহাৰ কৰা তিনিবিধ উদ্ভিদৰ নাম হৈছে – গমাৰি, শাল আৰু চেগুণ।

৭। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা –

উত্তৰঃ

‘ক’ অংশ

‘খ’ অংশ

(ক) সৰিয়হ

তেল

(খ) কুঁহিয়াৰ 

চেনি

(গ) ঘেঁহু

আটা

(ঘ) কপাহ

কাপোৰ

৮। তলত কেইবিধমান ঔষধি উদ্ভিদৰ নাম আৰু সেইবোৰৰ ব্যৱহাৰৰ বিষয়ে তালিকা প্ৰস্তত কৰা।

ঔষধি উদ্ভিদৰ নাম

ব্যৱহাৰ

১। তুলসী

১। কাহ হলে ঔষধ ৰূপে, পূজা-পাৰ্বণত

২। নিম

২। ছালৰ ৰোগত ব্যৱহাৰ হয় ।

Scroll to Top