Holi

1. Explain the significance of the following :

তলত দিয়া কথাবোৰৰ তাৎপৰ্য ব্যাখ্যা কৰা:

(A) We exchange coloured powder during Holi.
Holi is a wonderful festival.

Holi makes us happy.

You should observe Holi with devotion.

Festivals bring joy to us.

Festivals are good for the society.

We should respect our elders.

হোলিত আমি ৰঙীন চূর্ণবোৰ সলনি কৰো।

হোলি এটা বিস্ময়কৰ উৎসৱ।

হোলিয়ে আমাক আনন্দিত কৰে।

আমি হোলি ভক্তিৰে পালন(লক্ষ্য) কৰিব লাগে।

উৎসৱে আমাৰ বাবে আনন্দ কঢ়িয়াই আনে।

উৎসৱ সমাজৰ বাবে ভাল।

আমি জ্যেষ্ঠসকলক সন্মান কৰিব লাগে।

(B) Learn the meaning of the following:

তলত দিয়া শব্দবোৰৰ অর্থ জানো আহা:

Observe -লক্ষ্য

Love -মৰম

Respect -সন্মান

Use -ব্যৱহাৰ

Devote -ভক্তি

Give -দিয়া

Make – সজা

Avoid -ত্যাগ

Friend -বন্ধু

Elders -জ্যেষ্ঠ

Companion -সংগী

Relative -আত্মীয় লোক

Society -সমাজ

Sweet – মিঠা Quality -গুণ

Harmful -ক্ষতিকৰ/ক্ষতিকাৰক

(C) Full moon day -পূর্ণচন্দ্ৰৰ দিন

Full moon night-পূর্ণিমা (পূৰ্ণ চন্দ্ৰৰ ৰাতি)

During Holi -হোলিৰ সময়ত

During Puja -পূজাৰ সময়ত

Exchange abir -আবিৰ সলনি(বিনিময়) কৰা

Exchange books-কিতাপ সলনি কৰা

2. Fill up the blanks:
খালি ঠাই পূৰ কৰা:
(A) A festival is ___ for the society. (good/bad)

উৎসৱ সমাজৰ কাৰণে ___। (ভাল/বেয়া)

Ans: good (ভাল)

(B) We should ___ harmful colours (use/avoid)
আমি ক্ষতিকৰ ৰংবোৰ___ কৰিব লাগে (ব্যৱহাৰ/ত্যাগ)

Ans: avoid (ত্যাগ)

(C) We give coloured powder to our elders during Holi as a mark of ___. (love/respect)

আমি হোলীৰ সময়ত বয়োজ্যেষ্ঠসকলক ___ চিন স্বৰূপে ৰঙীন চূৰ্ণবোৰ দিওঁ। (মৰম/সন্মান)

Ans: Respect (শ্ৰদ্ধাৰ)

3. Make sentences with the following sets of words:

তলত দিয়া শব্দৰ গোটবোৰেৰে বাক্য সজা:

a) (play,we, Holi) (খেল, আমি, হোলি)

Ans: We play holi.

আমি হোলি খেলো ।

b) (colours, give, we)(ৰং, দিয়া, আমি)

Ans: We give colours.

আমি ৰং দিওঁ।

c) (mother, sweets, prepares)

(মা, মিঠাই, সাজে)

Ans: mother prepares sweets

মায়ে মিঠাই সাজে।

d) (we, sweets, eat) (আমি, মিঠাই, খাওঁ)

Ans: We eat sweets.

আমি মিঠাই খাওঁ

e) (observe, Holi, we)

(লক্ষ্য, হোলি, আমি)

Ans: We observe Holi.

আমি হোলি লক্ষ্য(পালন) কৰো।

4. a) Who played Holi in Brindaban?
কোনে বৃন্দাবনত হোলি খেলিছিল?

Ans: Lord Shri Krishna played Holi in Brindaban.

প্রভু শ্রী কৃষ্ণই বৃন্দাবনত হোলি খেলিছিল।

b) On which day is Holi observed?

কোন দিনা হোলি লক্ষ্য(পালন) কৰা হয়?

Ans: Holi is observed on the full moon day of Spring.

হোলি বসন্তৰ পূর্ণচন্দ্র দিনা লক্ষ্য(পালন) কৰা হয়।

c) Why should we avoid some coloured substances while playing Holi?

আমি হোলি খেলাৰ সময়ত কিয় কিছুমান ৰঙীন পদার্থ ত্যাগ কৰিব লাগে?

Ans: We should avoid some coloured substances while playing Holi because it can harm our health.

আমি হোলি খেলাৰ সময়ত কিছুমান ৰঙীন পদার্থ ত্যাগ কৰিব লাগে কাৰণ এইবোৰে আমাৰ স্বাস্থ্য ক্ষতি কৰিব পাৰে।

d) With whom did Lord Shri Krishna play Holi?

কাৰ লগত প্রভু শ্রী কৃষ্ণই হোলি খেলিছিল?

Ans: Lord Shri Krishna played Holi with Radha and other companions.

প্রভু শ্রী কৃষ্ণই ৰাধা আৰু আন সংগী সকলৰ লগত হোলি খেলিছিল।

Scroll to Top