এটা শব্দত প্ৰকাশ কৰা

যাৰ জ্ঞান আছে

জ্ঞানী

যাৰ মৰণ নাই

অমৰ

নিজৰ ওপজা ঠাই

জন্মভূমি

যি নিশা চৰে 

নিশাচৰ

যাৰ ভয় আছে

ভয়াতুৰ

বাটে বাটে যোৱা মানুহ

বাটৰুৱা

যাৰ সীমা নাই

অসীম

যি নগৰত থাকে

নগৰীয়া

যি কথাৰ অৰ্থ নাই

 নিৰৰ্থক

চিঠি বিলাই ফুৰা মানুহ

 পিয়ন

একে সময়তে হোৱা

সমসাময়িক

যাৰ আদি নাই

অনাদি

যি আনৰ অধীন নহয়

 স্বাধীন

গৰু বন্ধা ঘৰ 

গোহালি

গৰু চৰোৱা লোক

 গৰখীয়া

ধানথোৱা ঘৰ 

ভঁৰাল

বিহুৰআগদিনা

উৰুকা

যি ঈশ্বৰক বিশ্বাসী

আস্তিক

Scroll to Top