অনুশীলনী- 1.3

1. তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্রকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা-

(i) 36/100

সমাধানঃ 36/100 = 0.36 → পৰিসমাপ্ত

(ii) 1/11

সমাধানঃ 1/11 0.0909 → অপৰিসমাপ্ত পুনৰাবৃত্ত

(iii) 4 1/8

সমাধানঃ 4 1/8 = 4 + 1/8 = 4.125 → পৰিসমাপ্ত

(iv) 3/13

সমাধানঃ 3/13 0.2307 → অপৰিসমাপ্ত পৌনঃ পুনিক

(v) 2/11

সমাধানঃ 2/11 0.1818  → অপৰিসমাপ্ত পৌনঃ পুনিক

(vi) 329/400

সমাধানঃ 329/400 = 0.8225 → পৰিসমাপ্ত

2. তোমালোকে জনা যে 1/7 = । দীঘলীয়া হৰণ নকৰাকৈ 2/7, 3/7, 4/7, 5/7, 6/7 ৰ দশমিক বিস্তৃতি কি হৰণ ধাৰণা কৰিব পাৰিবানে? যদি পাৰিবা, কেনেকৈ? 

(ইংগিতঃ 1/7 ৰ মান উলিয়াওঁতে পোৱা ভাগশেষবোৰ লক্ষ্য কৰা)

3. তলত দিয়াবিলাক p/q আর্হিত প্ৰকাশ কৰা,  য’ত p আৰু q অখণ্ড সংখ্যা আৰু q ≠ 0

Screenshot 2025 04 20 220549 

Screenshot 2025 04 20 213112

Screenshot 2025 04 20 214805

 

 

4. 0.99999…… ক p/q আর্হিত প্রকাশ কৰা। তোমাৰ উত্তৰ দেখি আচৰিত হৈছা নেকি? তোমাৰ শিক্ষক আৰু সহপাঠীসকলৰ লগত এই উত্তৰ কিয় অর্থবহ আলোচনা কৰা।

5. 1/17 ৰ দশমিক বিস্তৃতিৰ পুনৰাবৰ্ত্তিত গোটটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব? হৰণ পদ্ধতি অৱলম্বন কৰি উত্তৰৰ সত্যতা পৰীক্ষা কৰা। 

6. যদি p আৰু q অখণ্ড সংখ্যা যাৰ 1 ৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই তেনেহ’লে p/q (q ≠ 0) আর্হিত থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু পর্যবেক্ষণ কৰা। q – য়ে কি ধর্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবানে?

 

7. তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাৱৰ্তিত (অপৰিসমাপ্ত আৰু অপৌনঃপুনিক)।
৪. 5/7 আৰু 9/11 ৰ মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা উলিওৱা। 
9. তলৰ সংখ্যা কেইটাক পৰিমেয় আৰু অপৰিমেয় হিচাপ শ্রেণী বিভক্ত কৰাঃ

 

Scroll to Top