কয়লা আৰু পেট্ৰ'লিয়াম

চিএনজিআৰু এলপিজি ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধা সমূহ কি কি ?

উত্তৰ: চি. এন. জি আৰু এল.পি. জি ক ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ সুবিধাসমূহ হ’ল –

(ক) পৰিবেশ প্ৰদূষণ নকৰে । ( দহনৰ সময়ত কোনো ধোঁৱা নিৰ্গত নহয় ) ।

(খ) পাইপলাইনৰ জৰিয়তে সহজে পৰিবহণ কৰিব পাৰি আৰু কোনো অতিৰিক্ত সংৰক্ষণ আৰু পৰিবহণৰ প্ৰয়োজন নহয়  ।

(গ) এইবোৰ পোনপটীয়াকৈ  ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি আৰু অধিক শোধনৰ প্ৰয়োজন নহয় ।

ৰাস্তা বনাওতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰলজাত সামগ্ৰীটোৰ নাম কি ?

উত্তৰ: ৰাস্তা বনাওতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰ’লজাত সামগ্ৰীটোৰ নাম বিটুপন ।

মৃত গছ – গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা  এই প্ৰক্ৰিয়াটোৰ নাম কি ?

উত্তৰ: প্ৰায় 3000 নিযুত বছৰৰ আগতে পূথিৱীৰ নিম্নভূমিৰ জলাহসমূহত অটব্য অৰণ্য আছিল। বিভিন্ন প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত এই অৰণ্য সমূহ মাটিৰ তলত পোত খাই গৈছিল। তাৰ ওপৰত অধিক পৰিমাণৰ মাটি জমা হৈ গৈ থকাৰ ফলত হেঁচা পৰি এইবোৰ সংকুচিত হৈ গৈছিল। এইবিলাক যিমানে গভীৰলৈ সোমাই গৈছিল এইবোৰৰ উষ্ণতাও বূদ্ধি পাইছিল । উষ্ণ চাপ আৰু উচ্চ উষ্ণতাৰ ফলত এই মৃত উদ্ভিদসমূহ ধীৰে ধীৰে কয়ালালৈ ৰূপান্তৰিত হয় ।

খালী ঠাই পূৰ কৰা 

) ___________, ___________ আৰু ___________ হৈছে জীৱাশ্ম ইন্ধন 

উত্তৰ: কয়লা, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ

পেট্ৰলিয়ামৰ উপাদান সমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক ___________ বোলা হয় 

উত্তৰ: শোধন

আটাইতকৈ কম প্ৰদূষিত কৰা যান – বাহনৰ ইন্ধনটো হল ___________ 

উত্তৰ: চি. এন. জি.

তলত দিয়া উক্তি সমূহত শুদ্ধঅশুদ্ধ বাছি উলিওৱা 

পৰীক্ষা গাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰি

উত্তৰ: অশুদ্ধ

পেট্ৰলতকৈ চিএনজিবেছি প্ৰদূষক ইন্ধন 

উত্তৰ: অশুদ্ধ

 হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ 

উত্তৰ:  শুদ্ধ 

আলকতৰা হৈছে বিভিন্ন উপাদানৰ এটা মিশ্ৰণ 

উত্তৰ: শুদ্ধ

কেৰাচিন জীৱাশ্ম ইন্ধন নহয় 

উত্তৰ: অশুদ্ধ

জীৱাশ্ম ইন্ধন সমূহ কিয় নি:শেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা 

কৰ বৈশিষ্ট্য আৰু ব্যৱহাৰ সমূহ বৰ্ণনা কৰা 

৮) কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰ‘লিয়ামৰ সৃষ্টি হৈছিল, ব্যাখ্যা কৰা ।

৯) তলৰ তালিকাত ভাৰতত ১৯৯১-১৯৯৭ চনৰ ভিতৰত হোৱা মুঠ বিদ্যুৎ নাটনিৰ পৰিমাণ দেখুওৱা হৈছে ।

ক্ৰমিক সংখ্যা  

 বছৰ 

  নাটনি

 ১৯৯১ 

.

 ১৯৯২  

.

১৯৯৩

 .

 ১৯৯৪ 

.

১৯৯৫ 

.

১৯৯৬ 

 .

১৯৯৭ 

১১.

Scroll to Top