অনুশীলনী- 1.1
1. তলত দিয়াবোৰ সত্য নে অসত্য বিচাৰ কৰা।
(i) পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে।
উত্তৰঃ সত্য।
(ⅱ) পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে।
উত্তৰঃ অসত্য।
(iii) পৰিমেয় সংখ্যা বিয়োগত আৱদ্ধ নহয়।
উত্তৰঃ সত্য।
(iv) শূন্যৰ প্ৰতিক্রম নাই।
উত্তৰঃ সত্য।
(v) 0 টো পৰিমেয় সংখ্যা।
উত্তৰঃ সত্য।
(vi) 3/2 × 5/6 × 4/7 = 4/7 × 5/6 × 3/2
উত্তৰঃ সত্য।
(vii) 5/9 × (1/3 + 7/3) = 5/9 × 1/3 + 7/3
উত্তৰঃ অসত্য।
(viii) 7/12 – 3/7 + 11/12 = 7/12 (3/7 + 11/12)
উত্তৰঃ অসত্য।
(ix) -3/11 × 2/9 = -3/11
উত্তৰঃ অসত্য।
(x) 4/9 × (11/12 + -5/6) = 4/9 × 11/12 + 4/9 × (-5/6)
উত্তৰঃ সত্য।
2. যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা।
(i) -7/9
উত্তৰঃ -7/9 ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ’ল 7/9 ।
(ii) 3
উত্তৰঃ 3 ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ’ল -3 ।
(iii) -2/8
উত্তৰঃ -2/8 ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ’ল 2/8 ।
(iv) 19/-7
উত্তৰঃ 19/-7 ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ’ল 19/7 ।
(v) -a/c
উত্তৰঃ -a/c ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ’ল a/c ।
3. -20/11 আৰু 5/6 ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখা।
উত্তৰঃ -20/11 ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ’ল 20/11 আৰু 5/6 ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ’ল -5/6 ।
4. গুণাত্মক বিপৰীত সংখ্যাবোৰ লিখা।
(i) -13
উত্তৰঃ -13 ৰ গুণাত্মক বিপৰীত সংখ্যাটো হ’ল – 1/13
(ii) -4/9 × -2/7
উত্তৰঃ 8/63 ৰ গুণাত্মক বিপৰীত সংখ্যাটো হ’ল 63/8
(iii) -2 × 2/5
উত্তৰঃ -4/5 ৰ গুণাত্মক বিপৰীত সংখ্যাটো হ’ল -5/4
(iv) -1
উত্তৰঃ -1 ৰ গুণাত্মক বিপৰীত সংখ্যাটো হ’ল – 1
(v) 2n/5
উত্তৰঃ 2n/5 ৰ গুণাত্মক বিপৰীত সংখ্যাটো হ’ল 5/2n
5. -1 2/3 ৰ গুণাত্মক বিপৰীত 5/3 হয়নে? যুক্তি দিয়া।
উত্তৰঃ -1 2/3 = -5/3
-5/3 ৰ গুণাত্মক বিপৰীত – 3/5
∴ -1 2/3 ৰ গুণাত্মক বিপৰীত 5/3 নহয়।
কাৰণ -1 2/3 × -5/3 ≠ 1
6. 1 ৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি কি?
উত্তৰঃ 1 ৰ যোগাত্মক বিপৰীত -1
আৰু 1 ৰ যোগাত্মক বিপৰীত 1
7. -4/9 আৰু 11/16 ৰ গুণাত্মক বিপৰীত সংখ্যা দুটা লিখা।
উত্তৰঃ -4/9 ৰ গুণাত্মক বিপৰীত সংখ্যা -9/4
আৰু 11/16 ৰ গুণাত্মক বিপৰীত সংখ্যা = 16/11
8. তলৰ সংখ্যা দুটাৰ প্ৰতিক্রম লিখা।
(i) 2/3
উত্তৰঃ 2/3 ৰ প্ৰতিক্রম 3/2
(ii) -5/12
উত্তৰঃ -5/12 ৰ প্ৰতিক্রম -12/5
9. প্রতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি?
উত্তৰঃ প্রতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা দুটা হ’ল, 1 আৰু -1
10. – 25/26 ক 5/13 ৰ প্রতিক্ৰমেৰে পূৰণ কৰা।
উত্তৰঃ 5/13 ৰ প্ৰতিক্রম হ’ল 13/5
= -25/26 × 13/5
= -5/2
11. কি বিধি প্রয়োগ হৈছে লিখা।
(i) -3/5 × -2/7 = -2/7 × -3/5
উত্তৰঃ পূৰণৰ ক্ৰম বিনিময় বিধি
(ii) -4/5 + 0 = -4/5 = 0 + -4/5
উত্তৰঃ যোগাত্মক অভেদ
(iii) 2/9 × 1 = 1 × 2/9 = 2/9
উত্তৰঃ গুণাত্মক অভেদ ।
12. সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নির্ণয় কৰা।
(i) 6/7 + 2/5 + 2/7 + 1/5
উত্তৰঃ 6/7 + 2/5 + 2/7 + 1/5
= (6/7 + 2/7) + (2/5 + 1/5)
= 8/7 + 3/5
= 40 + 21/ 35
= 61/35
(ii) 670 × 7/11 + 670 × 1/3
উত্তৰঃ 670 × 7/11 + 670 × 1/3
= 670 × (7/11 + 1/3) [বিতৰণ বিধি]
= 670 × (21 + 11/ 33)
= 670 × 32/33
= 670 × 32/33
= 21440/33
(iii) 7/5 × (-3/8) + 3/4 × 7/5
উত্তৰঃ 7/5 × (-3/8) + 3/4 × 7/5
= 7/5 × (-3/8 + 3/4)
= 7/5 × (-3 + 6/8)
= 7/5 × 3/8
= 7 × 3/5 × 8
= 21/40
(iv) -5/9 (-27/15 + 36/25)
উত্তৰঃ -5/9 (-27/15 + 36/25)
= -5/9 × -27/15 + (-5/9) × 36/25 [বিতৰণ বিধি]
= -3/-3 + 4/-5
= 1 + (-4/5)
= 5 + (-4)/5
= 5 – 4/5
= 1/5
(v) 2/3 + 3/3 – 1/4 × 2/3 + 2/3 × 1/2
উত্তৰঃ 2/3 + 3/3 – 1/4 × 2/3 + 2/3 × 1/2
= 2/3 (3/3 – 1/4 + 1/2) [বিতৰণ বিধি]
= 2/3 (1 – 1/4 + 1/2)
= 2/3 (4 – 1 + 2/4)
= 2/3 (6 – 1/4)
= 2/3 × 5/4
= 2 × 5/3 × 4
= 5/3 × 2
= 5/6
(vi) 4/7 × (-5/9) + 4/7 × 1/5
উত্তৰঃ 4/7 × (-5/9) + 4/7 × 1/5
= 4/7 (-5/9 + 1/5) [বিতৰণ বিধি]
= 4/7 × (-25 + 9/45)
= 4/7 × -16/45
= 4 × (-16)/7 × 45
= -64/315
(vii) 2/3 × (-5/7) – 1/6 × 3/7 + 1/14 × 3/2
উত্তৰঃ 2/3 × (- 5/7) – 1/6 × 3/7 + 1/14 × 2/3
= 2/3 × (- 5/7) + 1/14 × 2/3 – 1/6 × 2/7
= 2/3 (- 5/7 + 1/14) – 1/6 × 3/7 [বিতৰণ বিধি]
= 2/3 × (-10 + 1/14) – 1/6 × 3/7
= 2/3 × -9/14 – 1/6 × 3/7
= -3/7 – 1/6 × 3/7
= 3/7 × (-1) – 3/7 × 1/6
= 3/7 × (-1) – 1/6)
= 3/7 (-6 -1/6)
= 3/7 × (-7/6)
= -1/2
13. তলৰ সংখ্যাকেইটাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে কৰি চোৱা।
-2/3, 3/8 আৰু 4/5
14. এটা উদাহৰণৰ দ্বাৰা দেখুওৱা যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্রত আৱদ্ধ নহয়।
অনুশীলনী- 1.2
1. তলত দিয়া সংখ্যাকেইটা সংখ্যাৰেখাত বহুওৱা।
(i) 9/5
উত্তৰঃ
(ii) -2/13
উত্তৰঃ
(iii) -5/7
উত্তৰঃ
(iv) -1/3
উত্তৰঃ
(v) 3/2
উত্তৰঃ
2. তলত দিয়া সংখ্যাবিলাকৰ মাজৰ যিকোনো 5 টাকৈ পৰিমেয় সংখ্যা লিখা।
(i) -3/5 আৰু 1/3
উত্তৰঃ
∴ -3/5 আৰু 1/3 ৰ মাজত 5 টা পৰিমেয় সংখ্যা হ’ল