. সংখ্যাৰ উমৈহতীয়া ভিত্তিঃ উৎপাদক আৰু গুণিতক

অধ্যায় 11: সংখ্যাৰ উমৈহতীয়া ভিত্তি: উৎপাদক আৰু গুণিতক - সম্পূৰ্ণ সমাধান
কৰি চাওঁ আহা 11.1 (পৃষ্ঠা 111) — সাধাৰণ উৎপাদক আৰু উৎপাদক বৃক্ষ
প্ৰশ্ন 1 তলত দিয়াবোৰৰ সাধাৰণ উৎপাদক উলিওৱা:
💡 সমাধান:
  • (a) 12, 16 ➔ 1, 2, 4
  • (b) 24, 36 ➔ 1, 2, 3, 4, 6, 12
  • (c) 13, 19 ➔ 1 (সহমৌলিক সংখ্যা)
  • (d) 1, 17 ➔ 1
  • (e) 34, 51 ➔ 1, 17
প্ৰশ্ন 2 & 4 মৌলিক উৎপাদকীকৰণ পদ্ধতি:
  • • 72 = 2 × 2 × 2 × 3 × 3 = 2³ × 3²
  • • 144 = 2⁴ × 3²
  • • 210 = 2 × 3 × 5 × 7
  • • 2005 = 5 × 401
  • • 480 = 2⁵ × 3 × 5
  • • 1728 = 2⁶ × 3³
  • • 396 = 2² × 3² × 11
  • • 462 = 2 × 3 × 7 × 11
প্ৰশ্ন 5 কাষৰ উৎপাদক বৃক্ষ চাই উত্তৰ দিয়া (পৃষ্ঠা 111):
X 3 1275 3 425 y 85 5 z
💡 সমাধান:
  • (i) X = 3 × 1275 = ✔ B. 3825
  • (ii) y = 425 ÷ 85 = ✔ A. 5
  • (iii) z = 85 ÷ 5 = ✔ B. 17
  • (iv) X + y + z = 3825 + 5 + 17 = ✔ B. 3847
কৰি চাওঁ আহা 11.2 (পৃষ্ঠা 121) — গৰিষ্ঠ সাধাৰণ উৎপাদক (গ.সা.উ.)
প্ৰশ্ন 1 & 2 গ.সা.উ. নিৰ্ণয় কৰা (HCF):
💡 সমাধান:
  • মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে:
    (a) 72, 96 ➔ গ.সা.উ. = 2³ × 3 = 24
    (b) 210, 480 ➔ গ.সা.উ. = 2 × 3 × 5 = 30
    (c) 1728, 1296 ➔ গ.সা.উ. = 2⁴ × 3³ = 432
    (d) 56, 96, 144 ➔ গ.সা.উ. = 2³ = 8
    (e) 720, 480, 2005 ➔ গ.সা.উ. = 5
  • চুটি হৰণ পদ্ধতিৰে:
    (a) 228, 560 ➔ গ.সা.উ. = 4
    (b) 132, 720 ➔ গ.সা.উ. = 12
    (c) 101, 288 ➔ গ.সা.উ. = 1 (101 মৌলিক)
    (d) 72, 210, 462 ➔ গ.সা.উ. = 6
    (e) 700, 462, 1024 ➔ গ.সা.উ. = 2
কৰি চাওঁ আহা 11.3 আৰু 11.4 (পৃষ্ঠা 129 - 131) — লঘিষ্ঠ সাধাৰণ গুণিতক (ল.সা.গু.)
প্ৰশ্ন 11.3 & 11.4 ল.সা.গু. নিৰ্ণয় কৰা (LCM):
💡 সমাধান:
  • • ল.সা.গু.(34, 36) = 2² × 3² × 17 = 612
  • • ল.সা.গু.(45, 75) = 3² × 5² = 225
  • • ল.সা.গু.(91, 112) = 2⁴ × 7 × 13 = 1456
  • • ল.সা.গু.(12, 16, 18) = 2⁴ × 3² = 144
  • • ল.সা.গু.(25, 95, 105) = 9975
  • • ল.সা.গু.(180, 264, 252) = 27,720
  • • ল.সা.গু.(18, 45, 60, 100) = 900
  • • ল.সা.গু.(78, 102) = 1326
  • • ল.সা.গু.(150, 205) = 6150
  • • ল.সা.গু.(12, 16, 32) = 96
  • • ল.সা.গু.(60, 85, 35) = 7140
  • • ল.সা.গু.(91, 112, 49) = 10,192
  • • ল.সা.গু.(131, 655, 393) = 1965
  • • 11.4 (2) শুদ্ধ বিকল্প: ✔ (B) (ii), (iii)
কৰি চাওঁ আহা 11.5 (পৃষ্ঠা 139) — ল.সা.গু. × গ.সা.উ. = সংখ্যা দুটাৰ পূৰণফল
প্ৰশ্ন 1 সূত্ৰ ব্যৱহাৰ কৰি তালিকাখন সম্পূৰ্ণ কৰাঃ
ক্ৰমিক১ম সংখ্যা২য় সংখ্যাল.সা.গু.গ.সা.উ.
1973937831
2633663
36881364
4828564
51895437827
62083241616
7510610203
84616132223
951794103447
107753953977

প্ৰশ্ন 2 (স্তম্ভ মিলন): ✔ D) P → c → (ii), Q → d → (i), R → a → (iv), S → b → (iii)

অনুশীলনী 11 (মূল পাঠভিত্তিক অনুশীলনী)
প্ৰশ্ন 1 - 4 মৌলিক সমস্যাসমূহ:
  • প্ৰশ্ন 1 : 12 আৰু 18 ৰে বিভাজ্য আটাইতকৈ সৰু সংখ্যা = ল.সা.গু.(12, 18) = 36
  • প্ৰশ্ন 2 : 24 মিঠাই আৰু 40 চকলেট ভগাব পৰা সৰ্বোচ্চ ব্যক্তি = গ.সা.উ.(24, 40) = 8 জন
  • প্ৰশ্ন 3 : 4, 6 আৰু 9 টাকৈ ভাগ কৰিব পৰা আমৰ সৰ্বনিম্ন সংখ্যা = ল.সা.গু.(4, 6, 9) = 36 টা
  • প্ৰশ্ন 4 : মান আৰু ক্ৰম: P=90, Q=5, R=30, S=16 ➔ ঊৰ্ধ্বক্ৰম: ✔ (C) Q, S, R, P
প্ৰশ্ন 5 - 9 ব্যৱহাৰিক সমস্যাসমূহ:
💡 সমাধান:
  • প্ৰশ্ন 5 : মন্দিৰৰ ঘণ্টা (30, 45, 60 মিনিট) = ল.সা.গু.(30, 45, 60) = 180 মিনিট = 3 ঘণ্টা পাছত
  • প্ৰশ্ন 6 : 210 সুমথিৰা, 252 আপেল, 294 মধুৰিআম = গ.সা.উ.(210, 252, 294) = 42 টা ফল
  • প্ৰশ্ন 7 : স্তম্ভ মিলন ➔ ✔ (C) P → 2, Q → 4, R → 1, S → 3
  • প্ৰশ্ন 8 : 45 বেঙেনা, 81 জলকীয়া, 63 বিলাহী = গ.সা.উ.(45, 81, 63) = 9 জোপা প্ৰতি শাৰীত
  • প্ৰশ্ন 9 : 72 চেমি, 90 চেমি, 108 চেমি ফিটাৰ সৰ্বাধিক দৈৰ্ঘ্য = গ.সা.উ.(72, 90, 108) = 18 চেমি
প্ৰশ্ন 10 - 15 অগ্ৰসৰ সমস্যাসমূহ:
  • প্ৰশ্ন 10 : উক্তি-যুক্তি ➔ ✔ (A) উক্তি (A) আৰু যুক্তি (R) দুয়োটাই সত্য; যুক্তি (R) শুদ্ধ ব্যাখ্যা।
  • প্ৰশ্ন 11 : 18, 24 আৰু 32 ৰে বিভাজ্য 4-অংকৰ আটাইতকৈ সৰু সংখ্যা = 288 × 4 = 1152
  • প্ৰশ্ন 12 : খোজৰ দূৰত্ব 63, 70, 77 চেমি = ল.সা.গু.(63, 70, 77) = 6930 চেমি (বা 69.3 মিটাৰ)
  • প্ৰশ্ন 13 : 35, 45 আৰু 50 ক সম্পূৰ্ণ হৰণ কৰা সৰ্ববৃহৎ সংখ্যা = গ.সা.উ.(35, 45, 50) = 5
  • প্ৰশ্ন 14 : গাখীৰৰ পাত্ৰ (180L, 264L, 252L) জোখা পাত্ৰৰ সৰ্বোচ্চ ধাৰণক্ষমতা = গ.সা.উ. = 12 লিটাৰ
  • প্ৰশ্ন 15 : বৃত্তাকাৰ চাইকেল ট্ৰেক (12, 15, 18 মিনিট) = ল.সা.গু. = 180 মিনিট = 3 ঘণ্টা
প্ৰশ্ন 16 - 19 উপহাৰ, লাইট আৰু ব্যায়াম সংক্ৰান্তীয় সমস্যা:
  • প্ৰশ্ন 16 : 18 পেঞ্চিল আৰু 36 ৰবৰৰ গোট = গ.সা.উ.(18, 36) = 18 টা গোট (প্ৰতি গোটত 1 পেঞ্চিল আৰু 2 ৰবৰ)
  • প্ৰশ্ন 17 : উক্তি (A) অসত্য কিন্তু যুক্তি (R) সত্য ➔ ✔ (D) উক্তি (A) অসত্য কিন্তু যুক্তি (R) সত্য।
  • প্ৰশ্ন 18 : নিয়ণ লাইট (ৰঙা 4 ছেকেণ্ড, সেউজীয়া 6 ছেকেণ্ড) = ল.সা.গু.(4, 6) = 12 ছেকেণ্ড। 60 ছেকেণ্ডত একেলগে জ্বলিব = 60 ÷ 12 = 5 বাৰ
  • প্ৰশ্ন 19 : শাৰীৰিক ব্যায়াম (3 দিন আৰু 2 দিনৰ মূৰে মূৰে) = ল.সা.গু.(3, 2) = 6 দিন। অহা 30 দিনত একেলগে কৰিব = 30 ÷ 6 = 5 দিন
Scroll to Top