Women in Space
1. Let’s see how much we have understood:
আমি কিমান বুজিলোঁ চাওঁ আহা:
(a) Who was the first Indian woman astronaut?
প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী কোন আছিল?
Answer: Kalpana Chawla was the first Indian woman astronaut.
(কল্পনা চাওলা আছিল প্রথম প্রখ্যাত মহাকাশচাৰী মহিলা।)
(b) Why was the satellite Kalpana-1 built?
কল্পনা-১ উপগ্রহ কি কাৰণে নির্মাণ কৰা হৈছিল?
Answer: The satellite Kalpana-1was built to study the weather conditions.
(বতৰৰ পৰিস্থিতিৰ অধ্যয়নৰ বাবে কল্পনা-১ উপগ্রহখন নির্মাণ কৰা হৈছিল।)
(C) Where was Kalpana Chawla from?
কল্পনা চাওলা ক’ৰ আছিল?
Answer: Kalpana Chawla was from Karnal, Haryana.
(কল্পনা চাওলা হৰিয়ানাৰ কর্ণালৰ আছিল।)
(d) What was Kalpana Chawla ‘s dream?
কল্পনা চাওলাৰ সপোন কি আছিল?
Answer: Kalpana Chawla ‘s dream was to flying in space.
(কল্পনা চাওলাৰ মহাকাশত উৰা সপোন আছিল ।)
(e) What does NASA do?
নাছাই কি কৰে?
Answer: NASA sends satellite to space.
(নাছাই মহাকাশলৈ উপগ্ৰহ প্ৰেৰণ কৰে।)
(f) What was the aim of the Columbia Space Shuttle Flight STS-87?
কলম্বিয়া স্পেচ শ্বাটল ফ্লাইট এছটিএছ-৮৭ৰ লক্ষ্য কি আছিল?
Answer: The aim of the Columbia Space Shuttle Flight STS-87 was to study the outer atmosphere of the Sun.
(কলম্বিয়া স্পেচ শ্বাটল ফ্লাইট এছটিএছ-৮৭ৰ লক্ষ্য আছিল সূৰ্য্যৰ বাহিৰৰ বায়ুমণ্ডল অধ্যয়ন কৰা।)
(g) How did Kalpana Chawla die?
কল্পনা চাওলাৰ মৃত্যু কেনেকৈ হ’ল?
Answer: Kalpana Chawla dies due to the broken of space vehicle in flames when they are on its way back to the Earth.
(পৃথিৱীলৈ উভতি যোৱাৰ পথত মহাকাশ যান জুইৰ শিখাত ভাঙি যোৱাৰ ফলত কল্পনা চাওলাৰ মৃত্যু হয়।)