A Child's Beauty
ACTIVITES:
ক্রিয়াকলাপ
1. Match the following facts about the story you just read.
তুমি মাত্ৰ পঢ়া কাহিনীটোৰ বিষয়ে তলত দিয়া তথ্যবোৰ মিলাই লিখা।
(a) Akbar(আকবৰ) was Salim’s son. (চালিমৰ পুত্র)
(b) Salim(চালিম) was a minister in the court of Akbar.(আকবৰৰ আদালতৰ মন্ত্রী আছিল)
(c) Birbal(বিৰবল ) was the Emperor.(এজন চক্ৰর্ৱতী আছিল)
( d) The young prince(সৰু ৰাজকুমাৰ)was Akbar’s son. (আকবৰৰ পুত্র আছিল।)
Ans:a) Akbar – was the Emperor.
(আকবৰ এজন চক্ৰর্ৱতী আছিল।)
b)Salim – was Akbar’s son
(চালিম আকবৰৰ পুত্র আছিল।)
c) Birbal – was a minister in the court of Akbar.
(বিৰবল আকবৰৰ আদালতৰ মন্ত্রী আছিল।)
d) The young prince – was Salim’s son.
(সৰু ৰাজকুমাৰ জন চালিমৰ পুত্র আছিল।)
3. Read the lesson once again and find answers to the following questions. Work with a partner. Discuss the answers with your partner and share them with the class.
পাঠটো আকৌ এবাৰ পঢ়া আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি উলিওৱা। এজন সংগীৰ সৈতে কাম কৰা। তোমাৰ সংগীৰ সৈতে উত্তৰবোৰ আলোচনা কৰা আৰু শ্ৰেণীৰ সৈতে শ্বেয়াৰ কৰা।
(a) Why was Akbar happy?
আকবৰ কিয় আনন্দিত হৈছিল?
Ans: Akbar was very happy as his son Salim had a son.
(আকবৰ বহুত আনন্দিত হৈছিল কাৰণ তাৰ পুত্র চালিমৰ পুত্র সন্তান হৈছিল।)
(b) Who used to say, “There is no child more beautiful than my grandson.”?
কোনে কৈছিল,”ইয়াত মোৰ নাতিত কৈ ধুনীয়া কোনো শিশু নাই “?
Ans: Akbar used to say, “There is no child more beautiful than my grandson.”
(আকবৰে কৈছিল, “ইয়াত মোৰ নাতিত কৈ ধুনীয়া কোনো শিশু নাই ।”)
(c) Why did each minister bring a child to the court?
কিয় সকলো মন্ত্রীয়ে এজন শিশু লগত লৈ আদালতত আহিছিল?
Ans: Each minister brings a child to the court so that they can judge the most beautiful child in the entire country.
(প্ৰতিজন মন্ত্ৰীয়ে এটা শিশুক আদালতলৈ আনে যাতে তেওঁলোকে সমগ্ৰ দেশৰ আটাইতকৈ ধুনীয়া শিশুটিক বিচাৰ কৰিব পাৰে।)
(d) Why didn’t Birbal bring any child?
বিৰবলে কিয় কোনো শিশু আনা নাছিল?
Ans: Birbal didn’t bring any child because the mother of the child refused him to bring her child to the court as she didn’t want strangers to cast an evil eye on her child.
(বিৰবালে কোনো সন্তান আনিব পৰা নাছিল কাৰণ শিশুটিৰ মাতৃয়ে নিজৰ সন্তানক আদালতলৈ আনিবলৈ অস্বীকাৰ কৰিছিল কাৰণ তেওঁ নিবিচাৰিছিল যে অচিনাকি মানুহে নিজৰ সন্তানৰ ওপৰত কু চকু ৰাখিব।)
e) Why did Akbar and the ministers go in disguise to see the child that Birbal could not bring to court?
বিৰবলে আদালতত আনিব নোৱাৰা শিশুটিক চাবলৈ অকবৰ আৰু মন্ত্ৰীসকলে কিয় ছদ্মবেশত গৈছিল?
Ans: Akbar and the ministers go in disguise to see the child that Birbal could not bring to court because child’s mother refused to bring the child to the court.
আকবৰ আৰু মন্ত্রীয়ে বিৰবলে আদালতত আনিব নোৱাৰা শিশুটিক ছদ্মবেশ হৈ চাবলৈ যায় কাৰণ শিশুটিৰ মাকে শিশুটিক আদালত আনিব অনুমতি দিয়া নাছিল।
(f) Why did the mother of the child scream at Akbar?
শিশুটিৰ মাকে আকবৰৰ ওপৰত কিয় চিঞৰ মাৰিছিল?
Ans: The mother of the child screamed at Akbar because Akbar said he had never seen a child uglier than this child.
(শিশুটিৰ মাকে আকবৰৰ ওপৰত চিঞৰ মাৰিছিল কাৰণ আকবৰে কৈছিল যে ইমান কুৎসিত শিশু কেতিয়াও দেখা নাছিল।)
(g) What did Akbar realize?
আকবৰে কি অনুভৱ কৰিছিল?
Ans: Akbar realized that all parents find their own children beautiful.
(আকবৰে অনুভৱ কৰিছিল যে সকলো পিতৃ-মাতৃৰ বাবে নিজৰ শিশুটি আটাইতকৈ ধুনীয়া হয়।)
4. Find out from the lesson who said the following sentences. Write the name of the person next to each sentence.
পাঠটোৰ পৰা জানি লোৱা তলৰ বাক্যকেইটা কোনে কৈছিল। প্ৰতিটো বাক্যৰ কাষত ব্যক্তিজনৰ নাম লিখা।
(a) “I have found a child who is the most beautiful child in the entire country.” –Birbal.
“মই ৰাষ্ট্রৰ আটাইতকৈ ধুনীয়া শিশুটিক বিচাৰি পালো।” — বিৰবল।
(b) ” If this is so, we can go and see the child in disguise.” — akbar.
“এটো যদি হয় তেনেহ’লে আমি নিজে যায় সেই শিশুটিক ছদ্মবেশেৰে চাব পাৰিম”। — আকবৰ।
(c) “He is the most beautiful child God could have given me.”– Akbar.
“সি ভগৱানে মোক দিয়া আটাইতকৈ ধুনীয়া শিশু হয়।”– আকবৰ।
( d ) “Then we can judge for ourselves.” –One minister
“তাৰ পাছত আমি বিচাৰ কৰিব পাৰিম।”– এজন মন্ত্রী।
11. Choose the correct synonyms from the options given below:
তলত দিয়া বিকল্পসমূহৰ পৰা সঠিক প্ৰতিশব্দ বাচা:
a) beautiful (ধুনীয়া)- pretty (প্রীতি)
b) happy (সুখী)- glad (আনন্দিত)
c) dirty (লেতেৰা)- filthy (লেতেৰা)
d) scared (ভয় খোৱা)-
worried(উদ্বিগ্ন)
e) disguise (ছদ্মৱেশ)- to tell lies (মিছা কথা কোৱা)
f) screamed (চিঞৰি উঠিল)- shouted (চিঞৰি উঠিল)