Frogs at School
ACTIVITIES-
ক্ৰিয়াকলাপ
1.a) Put a tick (✓) on the correct answer:
শুদ্ধ উত্তৰত টিক (✓) বহোৱা:
i. Forty froggies went to school.
চল্লিশটা ভেকুলি বিদ্যালয়ত গৈছিল।
Ans:×
ii. Twenty froggies went to school.
বিছতা ভেকুলি বিদ্যালয়ত গৈছিল।
Ans:✓
iii. Thirty froggies went to school.
ত্রিশতা ভেকুলি বিদ্যালয়ত গৈছিল।
Ans:×
iv. The vests of twenty froggies were all green and clean.
বিছতা ভেকুলিৰ গেঞ্জি সেউজীয়া আৰু পৰিষ্কাৰ।
Ans:×
v. The vests of twenty froggies were all white and clean.
বিছতা ভেকুলিৰ গেঞ্জি বগা আৰু পৰিষ্কাৰ।
Ans:✓
vi. The vests of twenty froggies were all red and clean.
বিছতা ভেকুলিৰ গেঞ্জি ৰঙা আৰু পৰিষ্কাৰ।
Ans:×
1. b) Fill in the blanks with the appropriate words from the brackets:
ব্রেকেটত থকা সঠিক শব্দ ব্যৱহাৰ কৰি
খালী ঠাই পূর্ণ কৰা :
i. The school is down beside a__. (dirty/rushy) pool.
স্কুলখন এটা ____ পুলৰ তলৰ কাষত।
Ans:rushy.(হুলস্থুলীয়া)
ii. The froggies wear ___& (white/green) coats.
ভেকুলীবোৰ ____ কোটচোলা পিন্ধা।
Ans:green.(খেউজীয়া)
iii. Froggies__(run/go) to school.
ভেকুলীবোৰ বিদ্যালয়ৰলৈ ____।
Ans: go.(যায়)
iv. The poem is written by _____. (George Cooper/George Cowper).
কবিতাটো _____ লিখিছে।
Ans: George Cooper.(জর্জ কুপাৰে)
2.a) Draw lines to match the rhyming words:
শব্দৰবোৰৰ লগত ছন্দ মিলাবলৈ ৰেখা আঁকা:
rule(নিয়ম) clean(পৰিষ্কাৰ)
green(সেউজীয়া) they(সিঁহত)
play(খেলা ) pool (পুখুৰী)
Ans: Rule – pool(নিয়ম – পুখুৰী)
Green – clean(সেউজীয়া – পৰিষ্কাৰ)
Play – they(খেলা – সিহঁত)
b) Read the poem. Find another word which rhymes with the words ‘rule’ and ‘pool’.
কবিতাটি পঢ়া। ‘ৰুল’ আৰু ‘পুল’ শব্দকেইটাৰ লগত ধ্বনিৰ মিল থকা শব্দ এটা বিচাৰা।
rule(নিয়ম)। pool(পুখুৰী) school(বিদ্যালয়)
Frame a sentence with the new word: নতুন শব্দটো ব্যৱহাৰ কৰি এটি বাক্য বনোৱা:
Ans: I like to go school.(মই বিদ্যালয়লৈ গৈ ভাল পাঁও।)
4. Arrange the letters to make words:
শব্দ তৈয়াৰ কৰিবলৈ আখৰবোৰ সজাই লিখা:
Utsdy – study (পঢ়া)
Wetynt – twenty (বিছ)
Aelcn – clean (পৰিষ্কাৰ)
Titlle – little (সামান্য)
Seiggfro – froggies (ভেকুলীবোৰ)
Hoscol – school (বিদ্যালয়)
5. Write two other words which mean the same as ‘little’.
আৰু দুটা শব্দ লিখা যাৰ অর্থ ‘সামান্য’ লগত একে হয়।
Little (সামান্য ) small (সৰু) tiny (ক্ষুদ্র)
Now, frame sentences with each of the words:
এতিয়া বাক্য বনোৱা এই কেইটা শব্দ ব্যৱহাৰ কৰিঃ
Little(সামান্য):This little gift is for you.
(এই সৰু উপহাৰটো আপোনাৰ বাবে)
Small (সৰু): She is a little girl.(তাই এজনী সৰু ছোৱালী।)
Tiny(ক্ষুদ্ৰ):A tiny drop of rain fell on my hand.
(বৰষুণৰ সৰু টোপাল এটা মোৰ হাতত পৰিল।)
6. Rewrite the words given in the table using ‘ies’. One is done for you:
তলত থকা শব্দ কেইটা ‘ies’ ব্যৱহাৰ কৰি পুনৰ লিখা :
One More than (এটাতকে বেছি)
Baby কেঁচুৱা babies
Story কাহিনী stories
Fairy পৰী fairies
Berry বেৰি berries Cherry চেৰি cherries
10. Write short answers:
চমু উত্তৰ লিখা:
a) Where are Aman, Ria and their mother going?
(আমান, ৰিয়া আৰু সিঁহতৰ মাক ক’ত গৈছিল?)
Ans:Aman, Ria and their mother going to Dibrugarh.
(আমান, ৰিয়া আৰু সিঁহতৰ মাক ডিব্রুগড়লৈ গৈছিল।)
b) Why are they going to Dibrugarh?
(সিঁহত ডিব্রুগড়লৈ কিয় গৈছিল ?)
Ans:They are going to Dibrugarh to attend a wedding.
(সিঁহত ডিব্রুগড়ত এখন বিবাহত উপস্থিত হবলৈ গৈছিল।)
c) What time do they arrive at the station?
(সিঁহতে ষ্টেশ্যনত কেইটাত উপস্থিত হৈছিল?)
Ans: Aman, Ria, and their mother arrive at the bus station at half past seven.
(আমান, ৰিয়া আৰু সিঁহতৰ মাক সাড়ে সাতটাত বাছ ষ্টেশ্যনত উপস্থিত হৈছিল।)
d) At what time does the bus arrive?
(বাছ কেইটাত আহি পাইছিল?)
Ans: The bus arrives at a quarter to eight.
(বাছ ৮ টাত আহি পাইছিল।)
e ) When does the bus start to move?
বাছ কেইটাত যাৱ উলাইছিল?
Ans: Their bus starts to move exactly at nine.
(ঠিক ন বজাত তেওঁলোকৰ বাছখন চলিবলৈ আৰম্ভ কৰে।)