The Letter

ACTIVITIES

ক্ৰিয়াকলাপ

1. Write the rhyming words from the poem:

কবিতাটোৰ পৰা ছন্দযুক্ত শব্দবোৰ লিখা:

Ans: Host(নিমন্ত্ৰণকর্তা) post(পোস্ট) most(সর্বাধিক)

Press(হেঁচা) address(ঠিকনা) guess (অনুমান)

Song(গান)। long(দীঘল) all(গোটেই)

Meat(মাংস) neat(নিয়াৰি) sheet(পৃষ্ঠ)

Sink(ডুব) ink(চিয়াহী) pink(গোলপীয়া)

Hen(মুর্গী) pen(কলম) ten(দ’হ)

2. Choose the correct answer:

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

a) The letter is written to the girl’s

চিঠিখন ছোৱালীজনীৰলৈ লিখিছিল

i. Father (দেউটা)

ii. Mother (মাতৃ)

iii. Uncle (মামা)

iv. Aunt( মামি)

Ans: ii. Mother(মাতৃ )।

b) To dry up the ink, I use

চিয়াঁহী শুকুৱাবলৈ মই ব্যৱহাৰ কৰো

i. an eraser (ৰবৰ)

ii. some chalk (চক)

iii. some blotting paper (টোকা কাগজ)

iv. a piece of cloth (কাপোৰৰ টুকুৰা)

Ans: iii. some blotting paper (টোকা কাগজ)

c) How many kisses does the letter have room for?

চিঠিখনত কিমান চুমা খাবলৈ ঠাই আছে?

i. eleven (এঘাৰ)

ii. a ton (এটা টন)

iii. nine( ন)

iv. ten (দ’হ)

Ans: iv. ten (দ’হ)

d) The meaning of ‘room’ in the poem is

কবিতাটোত ‘ৰুম’ৰ অৰ্থ হৈছে

i. study room (পঢ়া কোঠা)

ii. space (স্থান)

iii. drawing room (বহা কোঠা)

iv. a part within a house (ঘৰৰ অংশ)

Ans: ii. space (স্থান )

3. Listen and repeat:

শুনা আৰু পুনৰাবৃত্তি কৰা:

a) slowly (লাহে লাহে ):-The old man walks slowly.

বুঢ়া মানুহ জনে লাহে লাহে খোজ কাঢ়ে।

b) quickly(দ্রুতভাৱে ):-The young girl walks quickly.

ডেকা ছোৱালী জনীয়ে দ্রুতভাৱে খোজ কাঢ়ে।

c) brightly (উজ্জ্ৱলৰূপে): – The sun shines brightly.

সূৰ্য্য উজ্জ্ৱলৰূপে জিলিকে।

d) sweetly(মিঠা):-The bird sings sweetly.

চৰাইটোৱে মিঠাকৈ গান গায়

e) happily (সুখেৰে):-The girl dances happily.

ছোৱালী জনীয়ে সুখেৰে নাচিছে।

Now, write the sentences from the poem that ends with – ly.

এতিয়া, – ly ৰে শেষ হোৱা বাক্যবোৰ কবিতাটোৰ পৰা লিখা।

Ans: I write the date clearly.

মই তাৰিখটো স্পষ্টকৈ লিখিছোঁ।

My pen travels slowly.

মোৰ কলমটো লাহে লাহে যাত্ৰা কৰে

4. Add ‘ly’ to get some new words. Write the words and make sentences with them. One is done for you:

‘ly’ লগাই নতুন শব্দ নিমার্ন কৰা। শব্দ কেইটা লিখা আৰু বাক্য বনোৱা। এটা তোমাৰ বাবেকৰা আছে:

Love(মৰম) lovely(মৰম – লগা)

The girl was lovely.(ছোৱালীজনী মৰমলগা আছিল)

neat(চাফা) neatly(পৰিপাটিকৈ)

I always neatly dressed.(মই সদায় পৰিপাটিকৈ সাজ-পোছাক পিন্ধিছিলো।)

brave(সাসহী) bravely(সাহসেৰে)

He fought bravely.(তেওঁ সাহসেৰে যুঁজিছিল।)

friend(বন্ধু) friendly(বন্ধুত্বপূৰ্ণ)

Rahul was friendly with every people.(ৰাহুল প্ৰতিটো মানুহৰ লগত বন্ধুত্বপূৰ্ণ আছিল। )

Scroll to Top