পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

১। পৰিবেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা।

উত্তৰঃ পৰিৱেশ (Environment) শব্দটোৱে কোনো জীৱ বা জীৱ-সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাক বুজায়। চাৰিওফালৰ অৱস্থাই জীৱ বৰ্তি থাকিবৰ বাবে সকলো আৱশ্যকীয় উপাদানক সামৰি লয়। এই উপাদানসমূহ জৈৱ (Biotic) আৰু অজৈৱ (Abiotic) দুয়ো প্রকাৰৰ হ’ব পাৰে।

২। পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা।

উত্তৰঃ জৈৱ উপাদানসমূহ হ’ল: জৈৱ উপাদানসমূহ মূলতঃ জীৱমণ্ডলৰ ভিতৰুৱা। বিভিন্ন প্রজাতিব উদ্ভিদৰ লগতে অণুজীবকে ধৰি বৃহৎ আকাৰৰ প্রাণী পর্যন্ত জৈৱ উপাদানৰ ভিতৰত পৰে। যেনে- জীৱ-জন্তু, চৰাই-চিৰিকটি, পোক-পৰুৱা আৰু গছ-গছনি আদি ।

অজৈৱিক উপাদানসমূহ হ’ল: মাটি, পানী আৰু বায়ুৰ দৰে জড় বা প্রাণহীন উপাদানবোৰ অজৈৱ বা জড় উপাদানৰ ভিতৰত পৰে।

৩। স্থলমণ্ডল বুলিলে কি বুজায় লিখা।

উত্তৰঃ শিল, মাটি, বালি, মাণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলে। স্থলমণ্ডলতে আমি পাহাৰ, পৰ্বত, সমভূমি, মালভূমি, নদী, উপত্যকা, উপকূল আদি দেখিবলৈ পাঁও।

৪। জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা।

উত্তৰঃ সাগৰ, মহাসাগৰ, নদ-নদী, হ্ৰদ, জলাশয়, হিমবাহ ইত্যাদি জলমণ্ডলৰ ভিতৰত পৰে।

৫। বায়ুমণ্ডল কিহেৰে গঠিত লিখা।

উত্তৰঃ অক্সিজেন, নাইট্র’জেন, হাইড্র’জেন, কার্বন-ডাই-অক্সাইড, আর্গন আদি গেছৰ দ্বাৰা বায়ুমণ্ডল গঠিত।

৬। জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা।

উত্তৰঃ জীৱমণ্ডলে পৃথিৱীৰ জীৱ,অর্থাৎ উদ্ভিদ আৰু প্রাণী থকা অংশবোৰকে সামৰি লয়। পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে- স্থলপৃষ্ঠ, সাগৰ-মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই-চিৰিকটি আৰু কীট-পতংগ উৰি ফুৰা অংশ। জীবমণ্ডলত এতিয়ালৈকে প্রায় ১.৭৫ নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে।

৭। পৃথিৱীৰ পৰিৱেশৰ প্রধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা।

৮। পৰিবেশৰ পৰিৱর্তনৰ প্রধান কাবকবোৰ উল্লেখ কৰা।

৯। পৰিৱেশৰ সমস্যা মানে কি ব্যাখ্যা করা।

১০। ভৌগোলিক দিশবপবা পবিবেশব সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা।

১১। পবিবেশৰ স্থানীয় সমস্যা কি? উদাহৰণ দি লিখা।

১২। পবিরেশব আঞ্চলিক সমস্যাব দুটা উদাহৰণ দিয়া।

১৩। কোনবোব সমস্যাক গোলকীয় পৰিবেশ সমস্যা বুলি কোৱা হয় লিখা।

১৪। পৰিবেশৰ প্রধান সমস্যাসমূহ উল্লেখ কৰা।

১৫) প্ৰদূষণৰ অৰ্থ লিখা।

১৬। পানী প্রদূষণ কি আৰু কেনেকৈ হয় লিখা।

১৭। মাটি প্রদূষণৰ বিষয়ে এটি চমু টোকা লিখা।

১৮। বায়ু কেনেকৈ প্রদূষিত হয় লিখা।

১৯। মরুভূমি কাক বোলে? মরুকৰণৰ সংজ্ঞা দিয়া।

২০) মাৰুকাৰনাব কাৱন দৰ্শোৰা।

২১) মৰুভূমিৰ সমস্যাৰ সম্ভাৱ্য সমাধান?

২২) গোলকীয় উষ্ণতা বৃদ্ধি কি? য়াব কাবাকববৰ কথা উল্লেখ কৰি।

২৩। গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সম সমস্যাৰ সঠিপ কবৰব লিখা।

২৪। গোলকীয় উত্তাপ বৃদ্ধি বোধ কৰাৰ উপায় কি?

২৫। তোমাৰ নিজব ঠাইখনত, পবিরেশব সমাধানৰ উপায় চিন্তা কৰি লিখা। কিবা সমস্যা আছেনে? যদি আছে তাব কাবণ ব্যাখ্যা করা আক

Scroll to Top