অনশীলনীঃ R -1
1. তলৰ কোনটো অনুপাত একোটা সমানুপাত হ’ব ?
(a) 12 : 21 আৰু 32 : 56 (b) 18 : 30 আৰু 14 : 21
(c) 22 : 33 আৰু 33 : 24 (d) 24 : 28 আৰু 20 : 25
উত্তৰঃ (a) 12 : 21 আৰু 32 : 56
= 4 : 7 আৰু 4 : 7 সমানুপাত
2. তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব ?
(a) 2, 6, 6, 8 (b) 10, 20, 30, 60
(c) p, pq, p2q, q2 (d) 6, 20, 4, 30
উত্তৰঃ (b) 10, 20, 30, 60
= 1: 2 ; 3: 6
3. খালী ঠাই পূৰোৱাঃ
(i) বৃত্তৰ কালি A = πr2
যদি A বাঢ়ে তেন্তে r বাঢ়ে । যদি r কমে তেন্তে A কমে।
(ii) এখন গাড়ীৰ ভ্ৰমণৰ সময় আৰু দূৰত্ব সম্বন্ধটো তলৰ তালিকাত দিয়া ধৰণৰ –
t | 1 | 2 | 3 | 4 | 5 | 6 | – | – | – |
d | 4 | 8 | 12 | 16 | 20 | – | 28 | – | 36 |
খালী ঠাই পূৰোৱাঃ
(a) tআৰু d য়ে প্ৰত্যক্ষ ভাৱে বিচৰণ কৰে ।
(b) t= 6 হ’লে d = 24
(c) d = 28 হ’লে t = 7
(d) d = 36 হ’লে t = 9
4. যদি p ∝ q আৰু p = 6 হ’লে q = 30, এতিয়া p = 2 , তেন্তে q ৰ মান কিমান ?
(a) 12 (b) 20 (c) 10 (d) 15
উত্তৰঃ (c) 10
5. তলৰ তালিকাখনৰ খালী ঠাইত y ৰ মান –
x | 1 | 2 | 4 | 8 |
y | 32 | 16 | 8 | – |
(a) 8 (b) 20 (c) 4 (d) 2
উত্তৰঃ (c) 4
অনশীলনীঃ R -2
(1) তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ’ব ?
(i) 272 – 4 (ii) 79 – 1 (iii) 400 – 0 (iv) 2637 – 9
(2) তলৰ সংখ্যাকেইটাৰ পূৰ্ণ বৰ্গ নোহোৱাৰ কাৰণ কি ?
(i) 1057 সংখ্যাটো পূৰ্ণ বৰ্গ নহয়। কাৰণ ইয়াৰ এককৰ ঘৰত 7 আছে ।
(ii) 7928 সংখ্যাটো পূৰ্ণ বৰ্গ নহয়। কাৰণ ইয়াৰ এককৰ ঘৰত 8 আছে ।
(iii) 222 সংখ্যাটো পূৰ্ণ বৰ্গ নহয়। কাৰণ ইয়াৰ এককৰ ঘৰত 2 আছে ।
(iv) 640 সংখ্যাটো পূৰ্ণ বৰ্গ নহয়। কাৰণ সংখ্যাটোৰ সোফালে এটা শূন্য আছে ।
(3) তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ’ব ?
(i) 19
উত্তৰঃ 19 ৰ বৰ্গ = 19 × 19 = 361
(ii) 37
উত্তৰঃ 37 ৰ বৰ্গ = 37 × 37 = 1369
(iii) 53
উত্তৰঃ 53 ৰ বৰ্গ = 53 × 53 = 2809
(iv) 78
উত্তৰঃ 78 ৰ বৰ্গ = 78 × 78 = 6084
(4) মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰাঃ
(i) 1764
সমাধান-
(ii) 9216 (iii) 7744 (iv) 9801
(5) তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ’ব ?
(i) 1525 (ii) 1008 (iii) 2028 (iv) 768
(6) তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ’ব ?
(i) 468 (ii) 1584 (iii) 2645 (iv) 1620
(7) সেনাৰ কেম্প এটাত নায়কজনে ১৭৬৪ জন সৈন্যক বৰ্গাকাৰ ৰূপত একেদৰে থিয় কৰালে যাতে দীঘ পথালিয়ে শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে । প্ৰতি শাৰীত কেইজন সৈন্য থাকিব ?
(8) 4, 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো উলিওৱা ।
(9) হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা ।
(i) 2116 (ii) 4761 (iii) 576 (iv) 6084
(10) তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা ।
(i) 12.25 (ii) 24.01 (iii) 146.41 (iv) 102.01
(11) (a) তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ ? (i) 256 (ii) 169 (iii) 546 (v) 754
(b) তলৰ কোনটোৰ একক স্থানত 1 থাকিব ?
(i) 192 (ii) 342 (iii) 182 (iv) 202