শব্দ

বিপৰীত শব্দ

1. সহনীয়

অসহনীয়

2. সহায়

অসহায়

3. সাধাৰণ

অসাধাৰণ

4. সমৰ্থ

অসমৰ্থ

5. সমাপ্ত

অসমাপ্ত

6. বৃদ্ধি

হ্ৰাস

7. পৱিত্ৰ

অপ্ৰিয়

8. সহিষ্ণু

অসহিষ্ণু

9. আশা

নিৰাশা

10. লাভ

হানি

11. বাচ্য

অবাচ্য

12. পূৰণ

হৰণ

13. শান্তি

অশান্তি

14. জিকোঁতা

হাৰোঁতা

15. সহযোগ

অসহযোগ

16. সম্ভাব্য

অসম্ভাব্য

17. সুখ

দুখ

18. সাধু

অসাধু

19. অনুচিত

উচিত

20. প্ৰিয়

অপ্ৰিয়

Scroll to Top