১| বিবিধ পচন্দৰ প্ৰশ্নাৱালী
(i) তলত দিয়াবোৰৰ কোনটো পৃথিৱীৰ সঠিক বয়স ?
(ক) 4.6 নিযুত বছৰ
(খ) 13.7 বিলিয়ন বছৰ
(গ) 4.6 বিলিয়ন বছৰ
(ঘ) 13.7 ট্ৰাইলিয়ন বছৰ
(ii) তলত দিয়া কেইটাৰ কোনটো আটাইতকৈ দীঘল সময়ৰ ?
(ক) ইয়নচ
(খ) পেৰিয়দ
(গ) ইৰা
(ঘ) এপোক
(iii) তলত দিয়াবোৰৰ কোনটো বৰ্তমানৰ বায়ুমণ্ডল গঠন বা সলনি হোৱাৰ লগত জড়িত নহয় ?
(ক) সৌৰ বতাহ
(খ) পাৰ্থক্য বা পৃথকিকৰণ
(গ) গেছহীন কৰা
(ঘ) আলোক – সংশ্লেষণ
(iv) তলত দিয়াবোৰৰ কোনটো ভিতৰুৱা (Inner ) গ্ৰহ ?
(ক) সূৰ্য আৰু পৃথিৱীৰ মাজত থকা গ্ৰহবোৰ ।
(খ) সূৰ্য আৰু গ্ৰাহানুপুঞ্জৰ মাজত থকা গ্ৰহবোৰ।
(গ) গেছীয় অৱস্থাত থকা গ্ৰহবোৰ ।
(ঘ) উপগ্ৰহ নথকা গ্ৰহবোৰ ।