পাঠ - ৩ : সংখ্যা (৫০১ৰ পৰা ৯৯৯লৈ)
১. নীলিমাৰ সঞ্চয় আৰু সংখ্যাৰ বিস্তৃত ৰূপ (পৃষ্ঠা - ৩৪, ৩৫)
নীলিমাৰ হাতত মুঠ জমা হোৱা ধন আৰু মুঠা মিলোৱা (পৃষ্ঠা - ৩৪, ৩৫):
• ৫৩০ টকা (পাঁচশ ত্ৰিশ) = ১০০ৰ মুঠা ৫টা আৰু ১০ৰ মুঠা ৩টা
• ৫৮০ টকা (পাঁচশ আশী) = ১০০ৰ মুঠা ৫টা আৰু ১০ৰ মুঠা ৮টা
• ৬৫৫ টকা (ছয়শ পঁচপন্ন) = ১০০ৰ মুঠা ৬টা, ১০ৰ মুঠা ৫টা আৰু ১টকীয়া মুদ্ৰা ৫টা
• ৭৫৫ টকা (সাতশ পঁচপন্ন) = ১০০ৰ মুঠা ৭টা, ১০ৰ মুঠা ৫টা আৰু ১টকীয়া মুদ্ৰা ৫টা

বিস্তৃত ৰূপত লিখা (পৃষ্ঠা - ৩৫):
• ৫৩০ = ৫০০ + ৩০ + ০
• ৫৮০ = ৫০০ + ৮০ + ০
• ৬৫৫ = ৬০০ + ৫০ + ৫
• ৭৫৫ = ৭০০ + ৫০ + ৫
• ৫৩০ = ৫০০ + ৩০ + ০
• ৫৮০ = ৫০০ + ৮০ + ০
• ৬৫৫ = ৬০০ + ৫০ + ৫
• ৭৫৫ = ৭০০ + ৫০ + ৫
২. সংখ্যা আখৰেৰে লিখা আৰু মিলোৱা (পৃষ্ঠা - ৩৬, ৩৭)
তলৰ সংখ্যাবোৰ আখৰেৰে লিখা:
• ৫৩০ = পাঁচশ ত্ৰিশ
• ৫৩৫ = পাঁচশ পয়ত্ৰিশ
• ৫০৩ = পাঁচশ তিনি
• ৬৯৪ = ছয়শ চৌৰানব্বৈ
• ৬৯৫ = ছয়শ পঁচানব্বৈ
• ৬৯৭ = ছয়শ সাতানব্বৈ
• ৭৬৫ = সাতশ পঁষষ্ঠি
• ৭৭৩ = সাতশ তিয়াত্তৰ
• ৮৫২ = আঠশ বাৱন্ন
• ৮৭৮ = আঠশ আটসত্তৰ
• ৫৩০ = পাঁচশ ত্ৰিশ
• ৫৩৫ = পাঁচশ পয়ত্ৰিশ
• ৫০৩ = পাঁচশ তিনি
• ৬৯৪ = ছয়শ চৌৰানব্বৈ
• ৬৯৫ = ছয়শ পঁচানব্বৈ
• ৬৯৭ = ছয়শ সাতানব্বৈ
• ৭৬৫ = সাতশ পঁষষ্ঠি
• ৭৭৩ = সাতশ তিয়াত্তৰ
• ৮৫২ = আঠশ বাৱন্ন
• ৮৭৮ = আঠশ আটসত্তৰ
সংখ্যাৰ সৈতে নাম মিলোৱা (পৃষ্ঠা - ৩৭):
• ৩৭৭ → তিনিশ সাতসত্তৰ
• ৫৮৯ → পাঁচশ ঊননব্বৈ
• ৬৪১ → ছয়শ একচল্লিশ
• ৬৪৩ → ছয়শ তেতাল্লিছ
• ৭৬৯ → সাতশ ঊনসত্তৰ
• ৮০৪ → আঠশ চাৰি
• ৮৮৩ → আঠশ তিৰাশী
• ৯৩৩ → নশ তেত্ৰিশ
• ৯৭২ → নশ বাহাত্তৰ
• ৯৯৯ → নশ নিৰানব্বৈ
• ৩৭৭ → তিনিশ সাতসত্তৰ
• ৫৮৯ → পাঁচশ ঊননব্বৈ
• ৬৪১ → ছয়শ একচল্লিশ
• ৬৪৩ → ছয়শ তেতাল্লিছ
• ৭৬৯ → সাতশ ঊনসত্তৰ
• ৮০৪ → আঠশ চাৰি
• ৮৮৩ → আঠশ তিৰাশী
• ৯৩৩ → নশ তেত্ৰিশ
• ৯৭২ → নশ বাহাত্তৰ
• ৯৯৯ → নশ নিৰানব্বৈ
৩. ঊর্ধ্বক্ৰম, অধঃক্ৰম আৰু আগৰ-পিছৰ সংখ্যা (পৃষ্ঠা - ৩৮, ৩৯)
সংখ্যাকাৰ্ডৰ খেল (পৃষ্ঠা - ৩৮):
কাৰ্ডকেইখন হ'ল: ৬০৫, ৬৫০, ৫৭৯, ৬৮১, ৭৯০
• ঊর্ধ্বক্ৰমত সজাই: ৫৭৯, ৬০৫, ৬৫০, ৬৮১, ৭৯০
• অধঃক্ৰমত সজাই: ৭৯০, ৬৮১, ৬৫০, ৬০৫, ৫৭৯
(ক) ৬০৫ৰ আগৰ কাৰ্ডখন কি? → ৫৭৯
(খ) ৫৭৯ আৰু ৬৫০ৰ মাজৰ কাৰ্ডখন কি? → ৬০৫
(গ) ৬৮১ৰ পিছৰ কাৰ্ডখন কি? → ৭৯০
• ঊর্ধ্বক্ৰমত সজাই: ৫৭৯, ৬০৫, ৬৫০, ৬৮১, ৭৯০
• অধঃক্ৰমত সজাই: ৭৯০, ৬৮১, ৬৫০, ৬০৫, ৫৭৯
(ক) ৬০৫ৰ আগৰ কাৰ্ডখন কি? → ৫৭৯
(খ) ৫৭৯ আৰু ৬৫০ৰ মাজৰ কাৰ্ডখন কি? → ৬০৫
(গ) ৬৮১ৰ পিছৰ কাৰ্ডখন কি? → ৭৯০
তলৰ সংখ্যাবোৰ ঊর্ধ্বক্ৰম আৰু অধঃক্ৰমত সজোৱা:
| সংখ্যাবোৰ | ঊর্ধ্বক্ৰম (সৰুৰ পৰা ডাঙৰলৈ) | অধঃক্ৰম (ডাঙৰৰ পৰা সৰুলৈ) |
|---|---|---|
| ৪০, ১০২, ২০১, ৩৯ | ৩৯, ৪০, ১০২, ২০১ | ২০১, ১০২, ৪০, ৩৯ |
| ৪০৫, ২০৩, ৪২৫, ৩৫৫ | ২০৩, ৩৫৫, ৪০৫, ৪২৫ | ৪২৫, ৪০৫, ৩৫৫, ২০৩ |
| ৭১০, ৯২৫, ৮৮৭, ৮৭৮ | ৭১০, ৮৭৮, ৮৮৭, ৯২৫ | ৯২৫, ৮৮৭, ৮৭৮, ৭১০ |
নিৰ্দেশনা অনুসৰি সংখ্যা নিৰ্ণয় (পৃষ্ঠা - ৩৯):
• ৮০৮তকৈ ডাঙৰ, কিন্তু ৮১১তকৈ ২ সৰু সংখ্যাটো:
৮১১ - ২ = ৮০৯ (ৰঙা)
• ৮৫০তকৈ ৭ কম সংখ্যাটো:
৮৫০ - ৭ = ৮৪৩ (সেউজীয়া)
• ৮৮৪ৰ ঠিক আগৰ সংখ্যাটো: ৮৮৩ (নীলা)
• ৮৯৯ৰ ঠিক পিছৰ সংখ্যাটো: ৯০০ (হালধীয়া)
• ৮০৮তকৈ ডাঙৰ, কিন্তু ৮১১তকৈ ২ সৰু সংখ্যাটো:
৮১১ - ২ = ৮০৯ (ৰঙা)
• ৮৫০তকৈ ৭ কম সংখ্যাটো:
৮৫০ - ৭ = ৮৪৩ (সেউজীয়া)
• ৮৮৪ৰ ঠিক আগৰ সংখ্যাটো: ৮৮৩ (নীলা)
• ৮৯৯ৰ ঠিক পিছৰ সংখ্যাটো: ৯০০ (হালধীয়া)
আগৰ, মাজৰ আৰু পিছৰ সংখ্যা লিখা (পৃষ্ঠা - ৩৯):
• ৯৯, ১০০
• ৫৯৯, ৬০০
• ৮৯৯, ৯০০
• ৬৮৮, ৬৮৯, ৬৯০
• ৭৯৯, ৮০০, ৮০১
• ৯৯, ১০০
• ৫৯৯, ৬০০
• ৮৯৯, ৯০০
• ৬৮৮, ৬৮৯, ৬৯০
• ৭৯৯, ৮০০, ৮০১
৪. সংখ্যা তুলনা, যুগ্ম আৰু অযুগ্ম সংখ্যা (পৃষ্ঠা - ৪০, ৪১, ৪২, ৪৩)
উপযুক্ত কাৰণটো বাছি উলিওৱা (পৃষ্ঠা - ৪০):
• ৬৩২তকৈ ৪১১ সৰু, কাৰণ — (গ) ৬৩২ৰ শতকৰ ঘৰৰ অংকটো ৬ আৰু ৪১১ৰ শতকৰ ঘৰৰ অংকটো ৪।
• ৭১৭তকৈ ৭২৩ ডাঙৰ, কাৰণ — (খ) ৭২৩ৰ দহকৰ ঘৰৰ অংকটো ২ আৰু ৭১৭ৰ দহকৰ ঘৰৰ অংকটো ১।
খালী ঠাইত >, <, = চিন বহুওৱা:
• ২২৮ > ২২৩ | ৮৮০ = ৮৮০ | ৫৮৪ < ৬৩৮ | ৭৪৪ = ৭৪৪ | ৯৩৫ > ৯০৫
বস্তুবোৰ যোৰ হিচাপে লিখোঁ আহা (পৃষ্ঠা - ৪০, ৪১):
• ৩টা কণী = ১ যোৰ আৰু ১টা কণী (বিযোৰ / অযুগ্ম)
• ৪টা আনাৰস = ২ যোৰ আনাৰস (যোৰ / যুগ্ম)
• ৫টা নাৰিকল = ২ যোৰ আৰু ১টা নাৰিকল (বিযোৰ / অযুগ্ম)
• ৬পাহ ফুল = ৩ যোৰ ফুল (যোৰ / যুগ্ম)
• ৭টা কলম = ৩ যোৰ আৰু ১টা কলম (বিযোৰ / অযুগ্ম)
• ৮টা বটল = ৪ যোৰ বটল (যোৰ / যুগ্ম)
• ৯টা মৰ্টন = ৪ যোৰ আৰু ১টা মৰ্টন (বিযোৰ / অযুগ্ম)
• ১০টা মাৰ্বল = ৫ যোৰ মাৰ্বল (যোৰ / যুগ্ম)

যুগ্ম নে অযুগ্ম বাছি উলিওৱা (পৃষ্ঠা - ৪৩):
• ২৩ → অযুগ্ম | ৫৮৩ → অযুগ্ম | ৫৫ → অযুগ্ম
• ৪৪৭ → অযুগ্ম | ৭২ → যুগ্ম | ১৬৮ → যুগ্ম | ৮৩৬ → যুগ্ম
• ২৩ → অযুগ্ম | ৫৮৩ → অযুগ্ম | ৫৫ → অযুগ্ম
• ৪৪৭ → অযুগ্ম | ৭২ → যুগ্ম | ১৬৮ → যুগ্ম | ৮৩৬ → যুগ্ম
৫. সংখ্যাৰ শ্ৰেণী, জাঁপ মৰা আৰু সৰু-ডাঙৰ সংখ্যা (পৃষ্ঠা - ৪৩, ৪৪, ৪৫)
খালী ঠাই পূৰণ কৰা:
• ৬০১, ৬০৩, ৬০৫, ৬০৭, ৬০৯, ৬১১ (২কৈ বাঢ়িছে)
• ৭১২, ৭১৪, ৭১৬, ৭১৮, ৭২০, ৭২২ (২কৈ বাঢ়িছে)
• ৬০১, ৬০৪, ৬০৭, ৬১০, ৬১৩, ৬১৬ (৩কৈ বাঢ়িছে)
• ৮৩৩, ৮৩৬, ৮৩৯, ৮৪২, ৮৪৫, ৮৪৮ (৩কৈ বাঢ়িছে)
• ৯৯৯, ৯৯৭, ৯৯৫, ৯৯৩, ৯৯১, ৯৮৯ (২কৈ কমিছে)
• ৫৭০, ৫৬৮, ৫৬৬, ৫৬৪, ৫৬২, ৫৬০ (২কৈ কমিছে)
• ৬০৬, ৬০৩, ৬০০, ৫৯৭, ৫৯৪, ৫৯১ (৩কৈ কমিছে)
• ৭৪৯, ৭৪৬, ৭৪৩, ৭৪০, ৭৩৭, ৭৩৪ (৩কৈ কমিছে)

সংখ্যাৰ খেল (৫০০ৰ পৰা জাঁপ - পৃষ্ঠা ৪৪):
• ৫ ঘৰকৈ: ৫০০ → ৫০৫ → ৫১০
• ১০ ঘৰকৈ: ৫০০ → ৫১০ → ৫২০
• ১৫ ঘৰকৈ: ৫০০ → ৫১৫ → ৫৩০
• ২০ ঘৰকৈ: ৫০০ → ৫২০ → ৫৪০
• ৫০ ঘৰকৈ: ৫০০ → ৫৫০ → ৬০০
• ১০০ ঘৰকৈ: ৫০০ → ৬০০ → ৭০০
• ৫ ঘৰকৈ: ৫০০ → ৫০৫ → ৫১০
• ১০ ঘৰকৈ: ৫০০ → ৫১০ → ৫২০
• ১৫ ঘৰকৈ: ৫০০ → ৫১৫ → ৫৩০
• ২০ ঘৰকৈ: ৫০০ → ৫২০ → ৫৪০
• ৫০ ঘৰকৈ: ৫০০ → ৫৫০ → ৬০০
• ১০০ ঘৰকৈ: ৫০০ → ৬০০ → ৭০০
প্ৰকল্প: ২৫ ঘৰকৈ জঁপিয়াই ৫০০ৰ পৰা ৯৫০লৈ সংখ্যাবোৰ লিখা (পৃষ্ঠা - ৪৪):
৫০০, ৫২৫, ৫৫০, ৫৭৫, ৬০০, ৬২৫, ৬৫০, ৬৭৫, ৭০০, ৭২৫, ৭৫০, ৭৭৫, ৮০০, ৮২৫, ৮৫০, ৮৭৫, ৯০০, ৯২৫, ৯৫০
ভিন ভিন ধৰণে সংখ্যা প্ৰকাশ (পৃষ্ঠা - ৪৪, ৪৫):
• ২৯৫:
= ২০০ + ৯৫ (২০০তকৈ ৯৫ বেছি)
= ৩০০ - ৫ (৩০০তকৈ ৫ কম)
= ২৫০ + ৪৫ (২৫০তকৈ ৪৫ বেছি)
• ৩৪৮:
= ৩০০ + ৪৮ (৩০০তকৈ ৪৮ বেছি)
= ৩৪০ + ৮ (৩৪০তকৈ ৮ বেছি)
= ৩৫০ - ২ (৩৫০তকৈ ২ কম)
• ৩২৭:
= ৩০০ + ২৭ (৩০০তকৈ ২৭ বেছি)
= ৩২০ + ৭ (৩২০তকৈ ৭ বেছি)
= ৩৫০ - ২৩ (৩৫০তকৈ ২৩ কম)
• ২৯৫:
= ২০০ + ৯৫ (২০০তকৈ ৯৫ বেছি)
= ৩০০ - ৫ (৩০০তকৈ ৫ কম)
= ২৫০ + ৪৫ (২৫০তকৈ ৪৫ বেছি)
• ৩৪৮:
= ৩০০ + ৪৮ (৩০০তকৈ ৪৮ বেছি)
= ৩৪০ + ৮ (৩৪০তকৈ ৮ বেছি)
= ৩৫০ - ২ (৩৫০তকৈ ২ কম)
• ৩২৭:
= ৩০০ + ২৭ (৩০০তকৈ ২৭ বেছি)
= ৩২০ + ৭ (৩২০তকৈ ৭ বেছি)
= ৩৫০ - ২৩ (৩৫০তকৈ ২৩ কম)
সংখ্যা গঠনৰ তালিকা (পৃষ্ঠা - ৪৫):
• এটা অংকেৰে গঠিত:
আটাইতকৈ সৰু = ১, আটাইতকৈ ডাঙৰ = ৯
• দুটা অংকেৰে গঠিত:
আটাইতকৈ সৰু = ১০, আটাইতকৈ ডাঙৰ = ৯৯
• তিনিটা অংকেৰে গঠিত:
আটাইতকৈ সৰু = ১০০, আটাইতকৈ ডাঙৰ = ৯৯৯
• চাৰিটা অংকেৰে গঠিত আটাইতকৈ সৰু সংখ্যা:
৯৯৯ + ১ = ১০০০ (এক হাজাৰ)