এন ফ্ৰাঙ্কৰ ডায়েৰি

১। পাঠটো মনোযোগেৰে পঢ়া আৰু তলৰ প্রশ্নবিলাকৰ উত্তৰ লিখা।

(ক) জন্মসূত্রে এন্‌ ফ্রাঙ্ক কোন সম্প্রদায়ৰ ছোৱালী আছিল?

উত্তৰঃ জন্মসূত্ৰে এন্ ফ্রাঙ্ক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল।

এন্‌ ফ্রাঙ্কৰ দেউতাকৰ নাম কি আছিল?

উত্তৰঃ এন্ ফ্রাঙ্কৰ দেউতাকৰ নাম আছিল অট’ ফ্রাঙ্ক।

নাজীবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক’ত লুকাই আছিল?

উত্তৰঃ নাজীবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক এটা পণ্য়াগাৰত লুকাই আছিল।

এন্‌ ফ্রাঙ্কে কেতিয়াৰ পৰা কেতিয়ালৈকে দিনলেখা লিখিছিল?

উত্তৰঃ এন্ ফ্রাঙ্কে ১৯৪২ চনৰ ১২ জুনৰ পৰা ১৯৪৪ চনৰ ১ আগষ্টলৈকে দিনলেখা লিখিছিল।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জার্মান সেনাধ্যক্ষজনৰ নাম কি? এই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল?

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম আছিল এডলফ হিটলাৰ। এই সেনাধ্যক্ষজনে ইহুদীসকলক বৰ্বৰ অত্যাচাৰ কৰিছিল।

(খ) এন্‌ ফ্রাঙ্কে কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল?

দিনলেখাসমূহ এন্‌ ফ্রাঙ্কে কিয় সম্পাদনা কৰিছিল?

অট’ ফ্রাঙ্কে পৰিয়ালসহ কিয় পণ্যাগাৰত আত্মগোপন কৰি আছিল?

(গ) ‘মানুহতকৈ কাগজৰ ধৈৰ্য বেছি’ বুলি এন্‌ ফ্রাঙ্কে উপলব্ধি কৰিছিল। কিয়? বুজাই লিখা।

(ঘ) এন্‌ ফ্রাঙ্কে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল?

Updated on: 07/09/2025

Scroll to Top