The Stork and the Fox
ACTIVITIES :
ক্ৰিয়াকলাপ:
1. Let’s see how much we have understood. Choose the correct answer:
চাও আহক আমি কিমান বুজিলো। শুদ্ধ উত্তৰটো বাচি উলিয়াক।)
a) The fox invited the stork for
শিয়ালে সাৰেংটোক মাতিলে –
i) lunch (মধ্যাহ্নভোজন)
ii) breakfast (প্রাতভোজন)
iii) dinner (ভোজ)
iv) tea (চাহ)
Ans :-i) lunch (মধ্যাহ্নভোজন)
b) the stork requested the fox to serve his food in
(সাৰেংটোই শিয়ালটোক আহাৰখিনি ক’ত দিবলৈ অনুৰোধ কৰিছিল)
i) a plate (কাঁহী)
ii) a cup (পিয়লা)
iii) a pot (ভেটুৱা)
iv) a bowl (বাটি)
Ans:- a pot (ভেটুৱা)
c) The stork served the food in
(সাৰেংটোই আহাৰখিনি ক’ত বিলাইছিল )
i) a pot (ভেটুৱা)
ii) a bowl (বাটি)
iii) a plate (কাঁহী)
iv) a glass tumbler (গ্লাস)
Ans:- i) a pot (ভেটুৱা)
d) The fox could not eat the meal served by the stork because
(সাৰেংটোই দিয়া আহাৰখিনি শিয়ালটোয়ে খাব পাৰা নাছিল কাৰণ)
i) the meal was not tasty (আহাৰখিনি শুৱাদ হোৱা নাছিল)
ii) he was not feeling well (তাৰ গা ভাল নাছিল)
iii) the food was hot (আহাৰখিনি গৰম আছিল)
iv) the pot in which the food was served had a long and thin neck (আহাৰখিনি খাবলৈ য’ত দিছিল সেই ভেটুৱাটোৰ মুখখন দীঘল আৰু সৰু আছিল)
Ans:- iv) the pot in which the food was served had a long and thin neck.
(আহাৰখিনি খাবলৈ য’ত দিছিল সেই ভেটুৱাটোৰ মুখখন দীঘল আৰু সৰু আছিল)
2. Write the answers:
উত্তৰবোৰ লিখাঃ
a) Who invited the stork for lunch?
সাৰেংটোক মধ্যাহ্নভোজনলৈ কোনে আমিন্ত্রিত কৰিছিল?
Ans:- The Fox invited the stork for lunch.
(শিয়ালটোয়ে সাৰেংকটোক মধ্যাহ্নভোজনলৈ আমন্ত্ৰিত কৰিছিল।)
b) What was the utensil in which the fox served the meal?
শিয়ালটোয়ে কি বাচনত আহাৰ খাবলৈ দিছিল?
Ans:- The fox served the meal in a plate
(শিয়ালটোৱে এখন কাঁহীত আহাৰ খাবলৈ দিছিল।)
c) Why didn’t the stork respond to the fox’s request?
সাৰেংটোয়ে শিয়ালটোৰ অনুৰোধত কিয় একো উত্তৰ নিদিলে?
Ans:- The stork didn’t respond to the fox’s request because to teach a lesson to the fox.
(সাৰেংটোয়ে শিয়ালটোক এটা শিক্ষা দিবলৈ তাৰ অনুৰোধ কৰাৰ পিচটো একো উত্তৰ নিদিলে।)
3. Read the meal timetable of the stork:
(সাৰেংটোৰ আহাৰ খোৱাৰ সময়সূচি পঢ়া)
Meal Time
—– —–
Breakfast 8.30 a.m.
Lunch 1.00 p.m.
Dinner 9.00 p.m.
a)At what time does the stork have his lunch?
(সাৰেংটোয়ে কি সময়ত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে?
Ans:- the stork had his lunch at 1.00 p.m.
(সাৰেংটোয়ে এটা বজাত দুপৰীয়াৰ আহাৰ গ্ৰহন কৰে।)
b)What does the stork have at 8.30 a.m
(সাৰেংটোয়ে ৰাতিপোৱা চাৰে আঠ বজাত কি কৰে?)
Ans:- The stork had his breakfast at 8.30 a.m.
(সাৰেংটোয়ে ৰাতিপোৱা চাৰে আঠ বজাত প্রাতভোজন কৰে।)
6. Work in pairs and make invitations and requests using the clues in the brackets:
(যোৰকৈ কাম কৰা আৰু বন্ধনীত থকা সূত্ৰসমূহ ব্যৱহাৰ কৰি আমন্ত্ৰণ আৰু অনুৰোধ কৰা:)
a) Will you…………………….(give, pen)?
Ans:-Will you give me the pen.(মোক কলমটো দিবানে?)
b) Would you …………………(like, some chocolate)?
Ans:- Would you like to have some chocolate? (তুমি কেইটামান চকলেট খাব বিচাৰানে?)
c) Could you ……………………. (come, my house)?
Ans:- Could you come to my house? (তুমি কি মোৰ ঘৰত আহিবা নেকি?)
d) May I …………………..(play, you)?
Ans:- May I play with you? (মই তোমাৰ লগত খেলিব পাৰিম নে?)
8. Let’s see how much we have understood:
চাওঁ আহা আমি কিমান বুজি পালোঁঃ
a) Who visited whom and on what occasion?
(কোনে কাৰ ঘৰলৈ গৈছিল আৰু কি উংৎসৱত গৈছিল?)
Ans:- Bina and Rohit along with their parents visited to their uncles place on the occasion of Magh Bihu
(বিনা আৰু ৰোহিত মাক দেউতাকৰ লগত বিহু খাবলৈ খুৰাক হতৰ ঘৰলৈ গৈছিল।)
b) What are the people in the picture doing?
(ফটো খনত মানুহখিনিয়ে কি খাই থকা দেখা গৈছে?)
Ans:-In the picture it shows that the people are having tea.
(ফটো খনত মানুহখিনিয়ে চাহ খাই থকা দেখা গৈছে।)
c) What did Binas’s aunt say to Bina?
(বিনাৰ খুৰীয়েকে বিনাক কি কৈছিল?)
Ans:- Bina’s aunt asked Bina to have some more ghila pitha.
(বিনাৰ খুৰীয়েকে বিনাক আৰু ঘিলা পিঠা খাবলৈ কৈছিল।
d) What did Bina’s uncle offer to his brother?
(বিনাৰ খুৰাকে তেওঁৰ দাদাকক কি প্রস্তাব দিছিল?)
Ans:- Bina’s uncle offer his brother to take a kilo of gur to his home.
(বিনাৰ খুৰাকে তেওঁৰ দাদাকক ঘৰলৈ এক কেজি গুৰ নিবলৈ প্রস্তাব দিছিল।)