Our school

1. What is your school?

তোমালোকৰ বিদ্যালয়খন কি?

Ans: Our school is a Learning temple.

আমাৰ বিদ্যালয়খন এটা শিক্ষাৰ মন্দিৰ।

2. How do you meet your teacher?

তুমি তোমাৰ শিক্ষকক কেনেকৈ লগ কৰা?

Ans: With due respect i meet our teachers.

সন্মান সহকাৰে আমাৰ শিক্ষকক লগ কৰো।

3. What do you get in the school?

তুমি বিদ্যালয়ত কি পোৱা?

Ans: I get knowledge in the school.

মই বিদ্যালয়ত জ্ঞান পাওঁ।

4. Fill up the blanks:

খালী ঠাইবোৰ পূৰ কৰা:

(a) Our teacher’s seat is in our_.

আমাৰ শিক্ষকৰ আসন আমাৰ_.

Ans: heart.(হৃদয়ত)

(b) Our learning temple is the_.

আমাৰ শিকাৰ মন্দিৰটো হ’ল_.

Ans: school (বিদ্যালয়)

(c) A candle spreads light,

এডাল মমবাতীয়ে পোহৰ বিয়পাই,

A school spreads_.

এখন বিদ্যালয়_____ বিয়পাই।

Ans: knowledge (জ্ঞান)

(d) We meet our teacher with ______.

আমি আমাৰ শিক্ষকক _____ সৈতে লগ কৰো।

Ans: respect.(সন্মান)

Scroll to Top