I'm a Kite
1. Choose the correct option.
সঠিক বিকল্প বাছনি কৰা।
(a) The kite is______ . (In the sky/on the trees)
চিলাটো ______ আছে। (আকাশত/গছৰ ওপৰত)
Ans: In the sky.
উত্তৰ: আকাশত।
(b) It can touch the__. (clouds/mountains)
ই ______ স্পৰ্শ কৰিব পাৰে। (ডাৱৰ/পাহাৰ)
Ans: Clouds.
উত্তৰ: ডাৱৰ।
(c) It has a_. (Short/long) tail.
ইয়াৰ এটা ______ আছে। (চুটি/দীঘল) নেজ ।
Ans: Tail.
উত্তৰ : নেজ।
(d) It_______ (can/can not) fly on its own.
ই_______ ( পাৰে/নোৱাৰে)।নিজাববীয়াকৈ উৰিব
Ans: can not.
উত্তৰ: নোৱাৰে।
2. Write five sentences about the kite.
চিলাৰ বিষয়ে পাঁচটা বাক্য লিখা।
Ans:
(a) Kites have colours.
চিলাৰ_আছে_ৰং।
(b) Kites _ flies _ in the sky.
চিলা _ উৰে _ আকাশত।
(c) Kites _ have _ long tails.
চিলাৰ _ আছে _ দীঘল নেজ।
(d) Kites _ are _ beautiful.
চিলা _ বোৰ _ধুনীয়া।
(e) Children like to _ fly _ kites.
শিশুৱে চিলা _ উৰাব _ ভাল পায়।
(f) Kites can play hide and _ seek _.
চিলাই লুকা ভাকো খেলিব পাৰে।
3. Take a Kite. Hold the string and run. Where will be the Kite?
এটা চিলা লোৱা। ষ্ট্ৰিংটো ধৰি ৰাখা আৰু দৌৰা। চিলাতো ক’ত থাকিব?
Ans: The Kite will be in the sky.
উত্তৰ: চিলাতো আকাশত থাকিব।
4. Who are the friends of the Kite in the sky?
আকাশত চিলাৰ বন্ধু কোন?
Ans: The friends of a kite in the sky are 一 clouds, birds etc.
উত্তৰ: আকাশত চিলাৰ বন্ধু হল ডাৱৰ , চৰাই চিৰিকতি ইত্যাদি।
5. Complete the paragraph. (using words fly, will, have, are)
অনুচ্ছেদটো সম্পূৰ্ণ কৰা। (উৰা, will, আছে, are শব্দ ব্যৱহাৰ কৰি)
Many children ____ coming.
বহুত ল’ৰা-ছোৱালী __আহি আছে।
Ans: Are.
They want to___Kites.
সিহঁতে বিচাৰে _____ চিলা।
Ans: fly .
উত্তৰ: উৰাৱ
They___ Kites in their hands.
সিহঁতৰ _____হাতত চিলা।
Ans: have.
উত্তৰ:আছে।
Kites____ fly in the sky.
চিলা ___ আকাশত উৰি যায়।
Ans:will.