WE

1. Learn the significance of the following-

তলত দিয়াবোৰৰ তাৎপৰ্য্য শিকা:

Assamese- অসমীয়া

State- ৰাজ্য

Proud- অহংকাৰী

Salute- নমস্কাৰ দিয়া

Indian – ভাৰতীয়

Country – দেশ

Great- মহান

Love- ভালপোৱা

2. Fill up the blanks with the words:

খালী ঠাইবোৰ এই শব্দৰে পূৰণ কৰা:

(Country, Indians, Motherland, Assamese)

(দেশ, ভাৰতীয়, মাতৃভূমি, অসমীয়া)

People of Assam are known as ……….

অসমৰ মানুহ ………. নামেৰে জনাজাত।

Ans: Assamese.( অসমীয়া)

India is our …………..

ভাৰত আমাৰ …………..

Ans: Motherland.(মাতৃভূমি)

We love our …………

আমি আমাৰ ………… ভাল পাওঁ।

Ans: Country.(দেশ)

We are proud to be ……………….

আমি গৌৰৱান্বিত যে আমি ……………….

Ans: Indians.(ভাৰতীয়)

4. Fill up the blanks with words (cricketer, furniture, singer, students, football)

খালী ঠাইবোৰ শব্দৰে পূৰণ কৰা: (ক্ৰিকেটাৰ, আচবাব, গায়ক, ছাত্ৰ-ছাত্ৰী, ফুটবল)

i) A teacher teaches ………

এজন শিক্ষকে শিকায়………

Ans: Students.( ছাত্ৰ – ছাত্ৰী)

ii) A carpenter makes ………….

এজন কাঠমিস্ত্ৰীয়ে বনাই ………….

Ans: Furniture.( আচবাব)

iii) A ……………. Sings.

এজন ……………. গান গায়।

Ans: Singer.( গায়কে)

iv) A ………… Plays cricket.

এজন ………… ক্ৰিকেট খেলে।

Ans: Cricketer.( ক্ৰিকেটাৰে)

v) A football player plays ………….

এজন ফুটবল খেলুৱৈয়ে………খেলে

Ans: football.( ফুটবল)

Scroll to Top