বিষয়-সূচী
অনুশীলনী – ১
ক) বিন্দুৰ স্থিতি আছে, কিন্তু আকাৰ নাই।
উত্তৰঃ শুদ্ধ।
খ) সৰল ৰেখা এডাল পোন ৰেখা এডাল পোন ৰেখা আৰু দুয়োপিনে দিশ সলনি নকৰাকৈ বিস্তাৰিত হৈ থাকে।
উত্তৰঃ শুদ্ধ।
গ) মেজ এখনৰ উপৰিভাগ এখন সমতল।
উত্তৰঃ শুদ্ধ।
ঘ) দুডাল সমান্তৰাল ৰেখাই কটাকটি কৰে।
উত্তৰঃ অশুদ্ধ।
ঙ) দুটা নিৰ্দ্দিষ্ট বিন্দুৰে অসংখ্য় সৰল ৰেখা আঁকিব পাৰি।
উত্তৰঃ অশুদ্ধ।
২। খালী ঠাই পূৰ কৰা-
ক) এটা বিন্দুৰে যোৱাকৈ ————- সৰল ৰেখা আঁকিব পাৰি। (এডাল/দুডাল/অসংখ্য়)
উত্তৰঃ অসংখ্য
খ) ৰেখা দুবিধ, এবিধ সৰল ৰেখা আৰু আন বিধ __________।
উত্তৰঃ বক্ৰৰেখা
গ) সমতল এখনৰ ওপৰত ————- সৰল ৰেখা আঁকিব পৰা যায়। (এডাল/দুডাল/অসংখ্য়)
উত্তৰঃ অসংখ্য
ঘ) দুডাল সৰল ৰেখাই কটাকটি কৰিলে __________ টা কোণ উৎপন্ন হ’ব। ( ১/ ২/ ৪/ অসংখ্য )
উত্তৰঃ ৪
ঙ) এডাল ৰেখাখণ্ডৰ দীঘ জুখিব পৰা ———— । (যায়/নেযায়)
উত্তৰঃ যায়
৩। অংকন কৰা-
ক) তোমাৰ বহীত দুডাল সমান্তৰাল ৰেখাখণ্ডৰ অংকন কৰা।
উত্তৰঃ 
খ) এটা বিন্দুৰ মাজেৰে যোৱাকৈ পাঁচডাল সৰল ৰেখা অংকন কৰা।
উত্তৰঃ 
গ) দুটা বিন্দু লোৱা আৰু সেইদুটাৰ মাজেৰে যোৱাকৈ এডাল সৰল ৰেখা অংকন কৰা।
উত্তৰঃ ![]()
ঘ) তিনিডাল সৰল ৰেখা কটাকটি কৰাকৈ অংকন কৰা।
ঙ) তোমাৰ বহীত ৬ ছেমি জোখৰ এডাল ৰেখাখণ্ডৰ অংকন কৰা। ৰেখাখণ্ডডালক ‘ক’ আৰু ‘খ’ ৰে নামাংকন কৰা।
৪। অংকন কৰা – (কোণ মান যন্ত্ৰৰ সহায়ত)
ক) ৩০° জোখৰ এটা কোণ অংকন কৰা।
খ) ৬০° জোখৰ এটা কোণ অংকন কৰা।
গ) ৯০° জোখৰ এটা কোণ অংকন কৰা।
ঘ) ১৩০° জোখৰ এটা কোণ অংকন কৰা।
ঙ) ১৮০° জোখৰ এটা কোণ অংকন কৰা।
৫। দুডাল সৰল ৰেখাই কটাকটি কৰোতে উৎপন্ন হোৱা কোণ চাৰিটাৰ জোখ নিৰ্ণয় কৰা। ইয়াৰে দুটা দুটা কোণ সমান হয় নে? সমান হোৱা কোণ দুটাৰ অৱস্থান পৰ্যবেক্ষণ কৰা।