অনুশীলনী- 1 (A)

1. 2, 0, 4 ৰে লিখিব পৰা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা কি?

উত্তৰ: আটাইতকৈ সৰু সংখ্যাটো = 204

আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো = 420

2. 1 ৰে আৰম্ভ আৰু 5 ৰে শেষ হোৱা 6টা অংকযুক্ত আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা লিখা।

উত্তৰ: আটাইতকৈ সৰু সংখ্যাটো = 100005

আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো = 199995

3. 2, 3 আৰু 4 ৰে গঠন কৰিব পৰা তিনিটা অংক বিশিষ্ট সংখ্যাবোৰ লিখি ঊর্ধ্বক্ৰমত সজোৱা।

উত্তৰ: সংখ্যাবোৰৰ উৰ্দ্ধক্ৰমত সজোৱালে হ’ব -234, 243, 324, 342, 423, 432.

4. 5, 8, 7 আৰু 4 ৰে গঠন কৰিব পৰা চাৰিটা অংক বিশিষ্ট সংখ্যাবোৰ লিখি অধঃক্ৰমত সজোৱা।

উত্তৰ: সংখ্যাবোৰৰ অধঃক্ৰমত সজোৱালে হ’ব – 8754, 8745, 8574, 8547, 8475, 8457, 7854, 7845, 7584, 7548,7485, 7458, 5874, 5847, 5784, 5748, 5487,5478, 4875,4857,4785, 4758, 4587,4578.

5. ৰোমান পদ্ধতিত লিখা

50, 45, 92, 593, 45013, 1857, 1979, 4000, 5000

Picture1 3

6. হিন্দু পদ্ধতিত লিখা

XC, XL, LX, CCC, MCM, XXVIII, CCXXXIII, DCCXLVI, MCMXCIX, XLVI, XIV, LXXX

উত্তৰ: XC = 90, XL = 40, LX = 60, CCC = 300, MCM = 1900, XXVIII = 28, CCXXXIII = 233, DCCXLVI = 746, MCMXCIX = 1999, XLVI = 46, XIV = 14, LXXX = 80

Scroll to Top