জিকিৰ
1. অতি চমু উত্তৰ দিয়া-
(ক) জিকিৰ ৰচক কোন ?
উত্তৰঃ জিকিৰৰ ৰচক হৈছে আজান ফকিৰ।
(খ) জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি?
উত্তৰঃ হিন্দুৰ ভক্তিমূলক-প্রার্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি।
(গ) জিকিৰ’ শব্দটো কি শব্দৰপৰা ওলাইছে?
উত্তৰঃ ‘জিকিৰ ’ শব্দটো আৰবী ‘ জিক ’ শব্দৰ পৰা ওলাইছে ।
2. তলৰ শব্দবোৰৰ অৰ্থ লিখা:
ৰছুল , মােমিন , ৰহম , কুটুব , বান্দা ।
উত্তৰঃ ৰছুল — দেৱদূত , ঈশ্বৰ প্ৰেৰিত পুৰুষ , আল্লাৰ দূত ।
মােমিন ― বিশ্বাসী মুছলমান ।
ৰহম ― দয়া ।
কুটুব ― নক্ষত্র ।
বান্দা ― ভৃত্য ।
৩। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি ।
যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি ৷৷
― উল্লিখিত কবিতাফাকিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা ।
৪। ব্যাখ্যা কৰা:
( ক ) পানী মৰে পিয়াহত , অগ্নি মৰে জাৰত ।
খােদা ৰছুল লুকাই আছে , মােমিনৰ আঁৰত ৷৷
( খ ) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট ।
বেহাব নােৱাৰে তাত মায়াই ভেটে বাট ৷
গ ) সঁজাৰ মইনাটিৰ অনেক যুগুতি ।
দেও মাৰি পাৰ হ’লে এৰিলে পিৰীতি ।
ভাব বিষয়ক:
সমার্থক শব্দ লিখা:
চিন্তো , ঘাট , পীৰিত , আচমান , দৰিয়াস পিয়াহ , বাট , ভেল ।